পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৪৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দ্বিতীয় বছ} আখণ। বাহ। ১৮৩২। { প্ৰথম সংখ্যা বহী। সখি কোনে নো বজায়? শীত (বেহাগ-আড়াখেমটা) সখি কোনে নো যায়? সন্ধিয়াৰ বায়ু ওনা সেই সু উটি যায়। যমুনাৰ বুলু গান আকুল কৰিছে প্ৰাণ। পুৰ নুজু না তাতে মিলি যায়? তোমোৰ গোল দানো হীৰ মাজে ওলাইছে। কুলিৰ পঞ্চম কু-উ কিবা অতে মিছে। এ-মালাৰ গোন্ধ মধু। আকাশত হাঁহে বিধু, আদৰি বহুক আনা মিছাতে শৰয় যায়। সখি কোনে নো বয়। লক্ষ্মীনাথ বেৰুৱা।