পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৪৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শাহী। (১ম সই, ১ম সংখ্যা ওচৰত পৰ। পৰ্বতৰ ওচৰত চহৰ। ইয়ালৈকে আমাৰ ভাৰতীয় 1967 তৈ, তা সিফালে ইংৰাজী টকা। এই এডেনত পদাৰ নিমিতে পানীত পিৱা লৰা তেতিয়া বহুতো। সিহঁতে হি সেই কলৰোৰ দৰে ইংৰাজী গান গাই কালতি-ভুল বজাই * হেবেই “হেবেড়াই” কৰে। হেবেই ইংৰাজী Have a dive (হে এ ইতৰ পত্ৰশ হে মাখেন, আবী ভাষা নহয়। আপুনি এটা মাদ-হীয়া সাগৰত পেলাওক, বহুতে। শৰাই একে আগে বুৰ মাৰিব, এটাই ইহি ঘঁহি কৃতকাৰ্য। হৈ পাতেৰে কামুৰি আদ-মহীয়াটো আপোনাক দেখুৱাব। আকৌ “হেবেঙাই”। এইটো, সচাকৈয়ে চাব লগীয়া বস্তু। কোনো কোনো লৰাই আকৌ জাহাৰৰ ডেকৰ ওপৰৰপৰা জপিয়ায়, আমি এইটো নিজ দেখিছে। শুনিছে। কোনোৱে আকৌ জাহাজৰ ওপৰৰপৰা জপিয়াই জাহাজৰ তলেদি বুৰ মাৰি সিফালে গৈ ওলায়। জানাভিৰাম বৰুৱা। কৃপাবৰ বৰুৱাৰাৰ সামৰণি। সহ পুৰ চৰ্পত। বা।!!! পোহনি পান কৰোতা বেলে মনে মনে থাকা, দু দু কৰি নাকিব। দেও হে। সাহিত্যৰ সোৱাই লৈ পথ পপানি এটোপা পিছে, তাকো তুমি দেখি নোৱাৰা হল। নেবেন। দেখিছই পাকিালি এনে আপুৰুগীয়া পোতনিকেৰা আন কতো পাৰলৈকে নাইকি ল; এই পোহৰী কাকতখনৰে পাৰি টোপাচেৰেক ওলাই বৈ তো আছি, নহলে পানি পানৰ সুৰ গলেই বুলিৰ লগে।