পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৪৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বহ। { ১ম বছৰ, ১২শ সংখ। চাবলৈ যায়। এই মিউজিয়ম কান দেশৰ আন মিউজিয়মৰ দৰে। ইয়াত নতুন তেনে বস্তু দেখা মনত নপৰে; যদিও বা নতুন বা দেখিছিলোঁ। সি মনত নাই। তাৰ পাছত ( চিনেম গডে) অৰ্থাৎ কালচেনিৰ বাগিছা। এই বাগিছাৰ ভিতৰত মানুহ নোসোমায়; বাহিৰৰপৰাই বাগিছাৰ চৰিউ ফলে ঘৰে। বাগিছাখন ডাঙৰ, সেইদেখি বাগিছাৰ চাৰিউকাল গুৰিলেই বাগিছাখন দাচেনি গছবোৰেৰে সেইবোৰ সুৱাকৈ শাৰী পাতি সজোৱা বুলি মনত নহল। “কালচেনি Tlf" (Cinnamon stick, sir,} বুলি এই মানুহ গাড়ী কি ৰিৰ লগত লৰে। প্ৰায় যাত্ৰীয়ে এভাল লাঠি কিনে। কেতিয়ায় ‘চিনেম ষ্টিক" বুলি সিহঁতে আন লাঠি বেচে, সেই লেখি কিনি বলৈ হলে ভালকৈ চাই চিক্তি কিনা ভাল। কলম্বে গাড়ী কৰি তিনি চাৰি দণ্টামান ফুধিলেই চোৱা হয়। ইয়াত জাহাজ যদি সৰ পৰ থাকে তেনেহলে কেভি { (Saudy} অথবা আম কোনো ভিতৰুৱা ঠাইলৈ লেৰে যোৱা উচিত। বিমান দেশ দেখা যায় সিমন ভাল। এটা কথা আপোনাৰ আচৰিত লাগিব, মোৰো লাগিছিল, আনবে। লাগিব। ইয়ত তা বলে ধোবহাজলৈকে আহে। সিহঁতে সিহঁ তৰ কাৰ্ড যা এক দিয়ে , আৰু কাপোৰ খনেপতি চাৰি পইচাকৈ দিলে দু ঘন্টা তিৰতে কাপোৰ ধুই আনি দিয়ে। বৰ আচৰিত কথা। দীঘল বাট সমুদ্ৰেৰে তৰণ কৰিলে কাপোৰ ধুউৱা দৰকাৰ হৈ পৰে। এই বাবা- বোৰে নিশ্চয় বেছ পচা উপাৰ্জন কৰে। কাৰবাৰত ফি ব্যৱীৰ 48- Honesty, small profits, qnick return of 9001, ** লাই আৰু বেগাবেলিকৈ বেচা-কিনা, সেই ব্যৱসায়ীৰ নিশ্চয় উন্নতি হয় সন্দেহ নাই। শেষবাৰ কথাত ১৮৯৮ চনত আকৌ নামিছিলে। তেতিয়াও ধোবা আহিছিল আৰু এতিয়াও নিশ্চয় আছে। আৰু এটি কথা আগৈয়ে মোৰ কোৱা উচিত ছিল। সেটি পিঙ্ক। কি একেবাৰেই নাঙঠা লৰাবোৰে ৱেৰে জাহাজ ওচৰলৈ হি ইংৰাজী আধা-ঙা মাতেৰে প্ৰচলিত গানবোৰ পায় হি, আৰু সিক কি আমহীয়া পানীত পেলাই দিলে সিহঁতে নাৱৰপৰা জপিয়াই পৰি সেইবোৰ এনেলৈ।