কাতি, ১৮৩২] অসমীয়াৰ গাৱলীয়াৰ জীবন। ৩৮ ৭ বিধৰ। ৰটি খোৱা সকলো কাম কৰা হয়। খাল আৰুৱৈবোৰত পানী জমা হৈ থাকি তাৰ পৰা বেয় গোন্ধ ওলায়। ইত্যাদি দোষেও গা খাই, অশ্যক। বাষ্পেৰে পৰিপূৰ্ণ কৰি ৰোগ-ব্যাধিৰ বাট মুকলি কৰি দিয়ে। নগৰতকৈ গাঁৱত অলপ একতা বেছি, আৰু ভাই-ফাই, ভাই গুণী আৰু বাপেক-পুতেকৰ ভিতৰত বেছি দ-হৈ নেথাকে। পিছে ইমানতে। গাৱলীয়া মানুহে ইমানকৈ নপৰৰ আদালত গোচৰ কৰিবলৈ গোৱাট শোচনীয় কধা। কিছুমান মানুহ এনেয়ে দুখী, তাতে তেওঁলোকে মোকম কৰি ধন ভৰি বৰ আয় কৰে। এই মাকাবোৰত পৰা গৰ ভিতৰত মনোমালিন্ত ঘটে। পঞ্জে মাজে-সময়ে মেল পাতি কাজি ঘৰে খে তেওঁলেকে মিটমাট কই মশয় এনে; নহয় তথাপি মোৰ সংখ্যা ভয়ঙ্কৰ বেছি। গাৱলীয়া মানুহৰ ঘাই চিকা হৈছে কোনোখতে পেট ওই ধক॥ নিজৰ ভাগৰ ধান দোৱা হলে আৰু খাজনা আদায় হলে তেওঁলোকে অতিশয় সুখ কৰে। কিন্তু এই নিকৃষ্ট কবিৰ গড় স্মিথে কৈছে থে চুইৰোৰে (swiss) সিহঁতৰ নিকৃষ্ট অৱস্থাতে থাকি চাউলঠামোকোলাৰ পাৰিয়ে {ব সুখ সন্তোষ অনুভৱ কৰে লিও সেই বিখ। যঙ্গি তেওঁলোকৰ কাক্ষা আৰু অলপ বেছি হ তে - লোকে বহুত কাম সাধি পাৰে। আগেয়ে কোৱা হৈছে যে তেওঁলোক কষ্টসফিকু আৰু হৃষ্টপুষ্ট। মত। মানুহবোৰে নানা কষ্ট সহ্ন কৰি হাবিত বাঘ-ভালুকৰ মাজত মুগা, পৰ আদি পোক ৰাখে আৰু মাইকী মানুহবোৰে তাৰ পৰা সৰ সুন্দৰ কাপোৰ তৈয়াৰ কৰে। গাৱৰ হে সৰিয়হ, মৰাপট আদিৰো খেতি কৰে। তেলোকে যদি এইবোৰ ৰন্তৰে পাণকৈবে। বেপাৰ কৰে তেন্তে সহজ নিজ গৰু তাৰ লগে লগে দেশৰো উন্নতি কৰিব পাৰে। কিন্তু তাক নকৰি সকলো গাইহেটেওৰ কে এইতেৰে কাৰবাৰ কৰি সকলো প্ৰয় আৰু যৰ অপব্যৱহাৰ কৰে। এইবোৰৰ ঘাই কাৰণ হৈছে শিক্ষাৰ অৱ। অজ্ঞান-এন্ধাৰত ককবকাই থক। এই এনক্ষিত মসষাজক জ্ঞানৰ জক্যকীয়া পোহৰ দেখুৱ নপৰীয়া শিক্ষিত সম্প্ৰদায় কৰ্তব্য। নপৰৰ মানুহে বিশ্ববিদ্যালয়ৰ উপাধি লৈছে, ভাঙৰ গুৰ সই
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৪৩৯
অৱয়ব