পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৪৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বাহী। (১ম বহু, ১২শ সংখ্যা এৰিৰ, আৰু পাতৰ কাপোৰৰ চোলা চুৰিয়াও পিন্ধে। মাইকী মানুহৰ পোচাক নগৰবোৰ একে, যেনে ৰিহা, মেখেলা, খনিয়া, কাণত কেক, ডিঙিত মণি, কপালত সেন্দুৰ। মজলীয়া আৰু তলৰ শ্ৰেণীৰ তিৰোতাই হাতত সৰু জাপি লৈ গাওঁ ফুৰে। অসমীয়াৰ সাজ-পাৰ বঙালী তিকতাৰ সাজপাৰকৈ বহুত ভাল। বঙালীৰ দুখী মাইকী মানুহৰ পোচাক যা এখনশাৰী; কি অসমীয়া যিমান দুৰ্ণীয় হওক এখন ৰিহা, এখন শেখলা শৰু এখন কাপোৰ আছেই। আমাৰ দেশৰ গাঁৱলীয়া মানুহে পঢ়া-শুনালৈ বেছি কণিকাৰ নিদিয়ে। বগুলী দেশতো আগেয়ে এম আছিল, কিন্তু বৰ্তমান সময়ত তাত বহুত উন্নতি হৈছে। আজিকালি বঙ্গদেশত কোনো নাম-কালা যাদু সাধাৰণ গাৰ শীয়া মানু। আমাৰ মানুহে আখ কেটা চিনিব পাৰিলে আৰু চিঠি এখন লেখিব পাৰিলেই যথেষ্ট শিক্ষা হল বুলি ধৰে। বাপেক মাকে লৰাক নিম্ন-প্ৰাইমেৰী পঢ়িবলৈ পঠালেও গলপ কষ্ট পাইছে বুলি শুনিলেই তাৰ নাম কটাই তাক অনি গৰু ৰখিবলৈ বা আন ঘৰৰ কাম কৰিবলৈ লগাই দিয়ে। এইবোৰ কৰা যে বেয়া এনে নহয়, কিন্তু সাংসাৰিৰু কাৰ্যত সোমোৱাৰ আগেয়ে অপপ শিক্ষা আৰু অভিজ্ঞতাৰ প্ৰয়োজন। হত গাৱলীয়া মানুহে বুঢ়া বয়সলৈকে নিজৰ গাওঁখনকে দেশ বুলি ধৰি লয়। অনেক গাৱলীয়া মানুহ অতি হৃষ্টপুষ্ট আৰু কষ্টসহিষ্ণু। গছত উঠা, নাও বোৱা:ঘৰ সজা, ফোৰ মৰা, সাঁতোৰ আদি সকলোতে তেওঁলোক পাকৈত। অসমীয়া মানুহে নিজৰ দুখেৰে মুখ ভৰাব পাৰিব বুলি নিশ্চিত থাকে,গতিকে ধুলি খোবা, মাগি পোৱা আদি নিকৃষ্ট কামৰপৰা বিমান দূৰ পাৰে তেওঁলোক আতৰত থাকে। কিন্তু যদিও অসমীয়া ছেকা কালত আৰু কালিলা হৈ থাকে, কিন্তু অহীয়া আৰু বুঢ়। বয়সত তেওঁ মহামাৰী কানি আৰু ভাঙৰ সেৱক হৈ জুলা এলেহুৱা আৰু কামিল হৈ পৰে। তাৰ উপৰি গাৱলীয়। মা অপৰিষ্কাৰ পৰিচ্ছন্ন ভাবে একা যাবে গ্ৰী, হইলা আলি বেমাৰত পৰি তেওঁলোক মৃত্যুৰ মুখত পৰে। গাবৰ ঘৰবোৰ বতাহ সোমাবৰ যথেষ্ট বাট নেকে; বৰষৰ- ৰেৰ দিনতে একাৰ; একেটা পুখুৰীতে গা খোৱা, কাপোৰ খোৱা আৰু কী