কাঙি, ১৮৩২ ] অসমীয়াৰ গাঁৱলীয়া জীৱন। যাৰ ভৰাল আৰু গোহাৰি যিমান ভাঙৰ সি সিন চহকী বুলি মাখা হয়। মাল-ঘৰত ঢেকিল আৰু তাতাল থাকে, আৰু ভাতশাল মাইকী মানুহবোৰে বহি কথা-বত পাতে আৰু পৰি আহিলে শহি সোণে। যত গত ভাবে আৰু শোতে। প্ৰত্যেক সাধাৰণ অৱস্থাৰ মানুহৰে নিজা এডোখৰ মাটি থাকে। দুখীয়। মানুহবোৰে নিয়ে শাণি আৰু দি ম আ মা-শাক ভাজি খেত কৰে, ঋৰি নিৰ লোখাৰে ৰা এখিনি বেচি লোণ তেল কিনে। চহকী মানুহে মান মানুহক খেতি কৰিবলৈ লগাই খিখিনি থান পায় তা এক নিৰ্দিষ্ট অংশ খেতি কৰা মানুহক দিয়ে। খেতিৰ সময়ত তা-মাইকা লৰা-বুঢ়া কোনো বহি নেকে; মতানুহবোৰে হাল ৰায় আৰু বান কঢ়িয়া, মাইকীবোৰে গান গায় আৰু ধান বানে; লৰা-ছোৱালীবোৰেও বাপে কক পাখাৰে সহায় কৰে। খান পোৱা শেষ হপে মাখা বোৰে মুগা, পলু পোক ৰাখিবলৈ হাবিলৈ যায় আৰু মাইকীমানুহবোৰে তাত ৰবলৈ আৰম্ভ কৰে। বিহুৰ ওচৰ চাপিলে বিহুলৈ ধনিয়া, গামোছ। আদি ববলৈ আৰম্ভ কৰে। বিহু অসমীয়াৰ এটি বৰ আনশনক আৰু আৱশ্যকীয় পৰ্ব। বিহু তিনি সময়ত তিনটা হয়,-ফাতি খি, যা বিহু আৰু চহৰ বিহু। মাটি খান পিয়া হলে এইদৰে গাইতে প্ৰকাশ কৰে। ইয়াৰ বাহিৰেও মাজে সময়ে বসবাহ আৰু ভাৱনা পাতি ধেমালি কৰে। এখন গাৱৰ জিমাত এন মজাদাৰ থাকে; কিন্তু সমাচৰ এখন গাৱেই যে এখন মৌজা হয় এনে নহয়, কোন গাও মিলিও এখন মৌল হয়। মোদাৰে গাৱৰ খানা আদায় কৰে, কাৰ চৰ্কাৰক শেখায়। তেওঁ খাজনা। এক অংশ কমিশ্যন স্বৰূপে পায়। তেওঁৰ তলত কানুনগো, মণ্ডল আৰু টেকে থাকে। পাৱৰ মানুহৰ ভিতৰৰ এটাইতকৈ চহৰবাৰে আঠুলৈকে পৰা চুৰিয়া এখৰ পিছে আৰু কানত আমোছ। এখন আৰু কঁকালত হাচটি এখন নয়। সাধাৰণ অৱস্থাৰ মানুহৰ সাজ সায় হৈছে চুৰি এখন, কোট এটা, খনি। কপোৰ এখন, পি এট। আৰু লাখুটি এডাল; চহকীবোৰে মুগাৰ
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৪৩৭
অৱয়ব