GS হী। f১ম ব ১২ সংখা তেদি সুখ শান্তিতে বিকাশ পায়। তাত চৰাই-চিৰিকতি সতৰ বাহিৰে আন শশ এতি বিৰল; প্ৰকৃতি মন মোহা সৌন্দৰ্য চাবিউ ফিশ বিজি এতিয়া আমি এই বিষয়টিৰ ওচৰ চাপে। বিষয়টি হৈছে “সমীয়া গাৱলীয়া জীৱন।" 67867* infantil "Bengal peaganta jife" নামৰ কিতাপটো পঢ়ি আমাৰ এনে ধাৰণা হৈছে যে অসমীয়াৰ সাৱলীয়া জীৱন বঙালীৰ গাঁৱলীয়া জীৱনেৰে সৈতে দুটামান কথাত মিলে। আৰ অসমীয়াৰ গাৱলীয়া জীৱন বালীতকৈ বেছি বিষয় যেন লাগে। কেৰাহৰ আৰু কেকুলৰ মানুহ এখন গাৰত একেলগে থাকে; কি এলেগে থাকে বুলি এজাতৰ মানুহে আন জাতৰ মানুহৰ লগত খোৱা- ৰোৱা নকৰে। কোনো বানু এনৰ ঘৰত কাম এজনক খাবলৈ দিবলৈ লে পানীপোশাত ফলপতুয়া'নত ভাত আৰু ৰোল এটাত আয় গিয়ে। কায়স্থ বা যামুণে তেওঁবিলাকতকৈ নীহ মানুহৰ হাতৰ পানী এটোপা নেয়। গত ১০ বছৰ মানলৈকে ধুতি বিধুতি এইবোৰ বেছি যাৰ বিচাৰ হলেও য়; কিন্তু কোনো লৰা বা ছোৱালীৰ সেইখিনি বয়স পাৰ লে সি সকশো নিয়ম পালিবলৈ বাধ্য। ৰাতিপুৱা সি গা নোযোৱে শানে একো বাঘ, আন কি কোনো খোৱা বহু দুৰ নোৱাৰে, দিনটোত স্বতবাৰ শৌচাচাৰ কৰে ভৰাৰ গা ধুব লাগিব। এইখিনিতে কৈ থোকা যাও, নিয়মিতৰূণে ভালকৈ পা-পা ধুলে ওপৰত কোৱা নিয়ম বা আচাৰটো অতি উপকাৰী হৈ উঠিব; কিন্তু পা থোৱা মানে পুখুৰী এটাত কঁকাললৈকে নামি পাত দুটোপাম পামী তিৱা মাথোন। শান্ত প্ৰায় সকলো ধৰতে এটা গোসাই-বৰ থাকে; ৰাতিপুৱা গা ধুই উঠি নাহবোৰে গোসাঁইঘৰত শেৱাৰে আৰু সা লাগিলে এনে গত মিঠাতেলৰ চাকি এটা লগাই
গাৰৰ পাৰৰ ৱহাৰ আৰু এন এটা বাঘ, এটা মা-খ, এটাগোহালি, এটা ভাল আৰু এটা গোঁসাই-বৰ, আৰু চহকী মানুষ এটা চৰাধৰ বাকে। গোহাৰি আৰু ভূল নোহাৱাকৈ ন কাৰণ খাৱশী মানুষ সঙি খান আৰু গৰমৰ সংৰ ৰাই নিনী।