পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৪৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়াৰ গাৱলীয়া জীৱন। এই বিষয়টো বহলাই আলোচনা কৰিলে এটা গুৰ কিতাপ হয়। আমি বেছি দিন গাৱত বাস কৰা নাই; মাত্ৰ গাৱলীয়া মানুহ সংসৰ্গৰ পৰা যি অলপ অভিজ্ঞতা লাভ কৰিছে। তাৰপৰাই অসমীয়া গাৱৰীয়া জীৱনৰ এটি চমু বিবৰণ দিবলৈ আগ বাঢ়িলে। পোন-প্ৰথমতে কোৱা যাওক নগৰীয়া আৰু গাৱলীয়া জীৱনৰ ভিতৰত পাৰ্থক্য কি? গাৱৰ মানুহে নিজে খেতি-বাতি কৰি পেট এৰই থাকে আৰু নিৰ ভাগৰ গান গাই আঁটালে আৰু মাটিৰ খানা দিয়া খুলে সুখে-শকে বাস কৰে। গাইতে আগৰ দিনৰপৰা চলি অহা ৰীতি-নীতি আচাৰ ব্যৱহাৰৰ অলপো লৰচৰ নকৰে আৰু কোনোৱে কৰিলে শপৰা সি বিষম অত্যাচাৰ উপভোগ কৰে। নগৰৰ মানুহে কাগৰীত আমোশা হৈ বা “কোণী গিৰি" কৰি যবেহা-বেপাৰ কৰি ৰীবিকা উপাৰ্জন কৰে। নানান ঠাইৰ নানান লোকেৰে সংসৰ্গ হোৱাত নগৰীয়া শানুহৰ মন উন্নত হৈ উঠে আৰু পুৰণি কলীয়া দেশাচাৰবোৰৰ যুক্তিসঙ্গত উন্নতি কৰিবলৈকে। তেওঁবিক পাছ নোহেঁহিকে। নগৰ সভা সমিতিৰ স্থল , এই সচ্চা পান তিয়ে ইন সিনৰ ভিতৰত মনৰ ভাব সঞ্চালন কৰিবৰ সুযোগ দিয়ে। কিন্তু গত ৫ একেবাৰে সতা সৃষিতি নাই এনে নহয়; যাতে মাকে পঞহঁতে ভাঙা জমেল বশবাহ বা বৰভো পাতি সকলে গোয় যায়। বিভিন্ন এই যে, নগৰৰ সভা-সমিতি সাহিত্য বিজ্ঞান আৰু ৰাজনীতি সম্বন্ধীয়, আৰু গাৱৰ সহাশমিতি ঘাইকৈ জোন সম্বন্ধীয়। দুয়োটিয়ে দুই বিষে মনৰ ভাব সঞ্চালন কৰিবলৈ বাট মুকলি কৰি দিয়ে। নগৰ শিক্ষাৰ বাই ঠাই। আমাৰ ওচৰ চুবুৰীয়া বঙ্গদেশত নগৰৰ কথা দূৰত থাওক এখন ডাঙৰ পাৱতে এটা ইংৰাজী ফুল থাকে। আমাৰ দেশত গাৱত ৮টা থাওক ছাৰি এটাও ইংৰাজী স্কুল নাই; মাত্ৰ নিয়প্ৰাইমেৰী স্কুল আৰু কিছুমানত মজলীয়া ইংৰাজী স্কুল আছে। নগৰ ৰাই-উৰুমৰ বাহ; গাড়ীৰ যেৰ জৰিা উকি মাৰি নগৰত অমবৰত আছেই; কি গাৱত মেনি