পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৪৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩৮২ ধাহী। { ১ম খ, ১২শ সংখ্যা চালে সেই ভ্ৰম তৎক্ষণাৎ দূৰ হয়। তাৰ কাৰণ আমেৰিকা প্ৰায় তিকতাৰ ভাল লেখা-পঢ়া এনে, অথচ ইপিনে পানী না, শশাটা-বাটি ধোৱা, বৰ। ছোৱালী নিচুকৰ। আৰু ভাত ৰন্ধা আদি সকলো নিজ হাতে কৰে। তাৰ বাহিৰে নিয়ম মতে গিৰ্জালৈ যায়, সভা-সমিতি যোঙ্গ দিয়ে, অথচ ঠিক সময় লৰা ছোৱালী আৰু গিয়েক হাত দিয়ে; এমেকি ফট। কাপোত টাপলি মাৰিবলৈ ইয়াৰ fতৰতে সময় কৰি লয় আৰু লৰা ছোৱালীক স্কুলীয়া কিতাপৰ পঢ়া শিকায়। এইবিলাকই হৈছে শিক্ষিতা তিৰু তাৰ সৌন্দৰ্য্য। আমি সময়ে সময়ে ইচ্ছাৰ বিৰুদ্ধেও ৫ বছৰীয়া বুঢ়াৰে সৈতে ১১ বছ- ৰীয়া ছোৱালীৰ বিয়া দিওঁ; কিয়নো, ১১ বছৰত ছোৱালী বিয়া নিদি ৰাখিলে আৰু ইতিমধ্যে ৰজস্বতা হলে আমাৰ কুল কলঙ্ক পৰিব। এই কুসং- স্কাৰৰ বশৱী হৈ আমি যে বহুতৰ ভবিষ্যৎ সুখ নষ্ট কৰে তাত বিন্দুমাত্ৰ সংশয় নাই। বুঢ়াৰ গম্ভীৰ তাৰ সংসাৰৰ লগত কুমলীয়া ছোৱালীৰ চঞ্চল প্ৰকৃতিৰ সংসাৰ কেতিয়াও মিলিব নোৱাৰে, বৰং ইয়াৰ পৰিবৰ্তে বিধৱ। ছোৱালীৰ লগত এনেকুৱা দৰাৰ বিয়া হোৱাহে বানায়; আৰু এইবাবেই আমাৰ শিক্ষিত লোকৰ ওচৰত অনুৰোধ কৰে। যেন তেওঁলোকে বিধৱা কিয় চলাবলৈ অহোপুৰুষাৰ্থ কৰে। ইয়াৰ বাহিৰেও আমি নিয়ে তি। লৰা ছোৱালী লৈ পৰম সুখে মাছ মাংসাদি খাকিম অথচ আমাৰ বিধৱা ধনী নাইবা ছোৱালীয়ে অলঙ্কাৰবিহীন ৫ৈ ভ্ৰ বন্ধু পৰিধান কৰি দুই বেলা নিৰামিষ ভোজন কৰা দেমি, ই বাস্তুতে বৰ অসহনীয়। হিন্দুধ মতে তিতা বিধৱা হলে ব্ৰহ্মচাষিণী হৈ জীৱন যাপন কৰিব লাগে, কি মতবিলাক তিতা মৰিলে অতি শীয়ে তেওঁলোকে অকে। ছোৱালী বিয়া কৰাৰ লাগে; এইটে। কেৱল প্ৰাৰ্থপৰতাৰ চিন মাথোন। কিন্তু কি বিলাকক এনেকুৱা কটকটীয়া নিয়মৰ ভিতৰত ৰাখিও কোনো ৰাই ডাঠকৈ কৰ পাৰে নে যে হিন্দু বিধৱা তিৰুতবিলাক সতীৰ উদাহৰণ স্বৰূপ? কেতিয়াও হয়। বেছি ভাল বিধৱাৰে আমি কুৎসা বদনাম প্ৰায়ে - শুনিবলৈ পাহক। এইদেখি এইবিলাক কুৎসা বনাম যাতে লোপ পায় তালৈ মন কৰি বিধৱা বিদ্যা চলোৱা একান্ত বাংলায়। শ্ৰীকাশীনাথ ভালুকাৰ।