খি, ১৮৩২] অসমীয়া বিয়া। ০৮১ এলে মূলত পিতা মাতা যাতে নিৰোগী আৰু বলতান হয় ভালৈ চৰু কাৰ ৰ সকলো কবপ্ৰিয় ভালো কাম। সভাঙা বা লগে লগে দেখিবলৈ পাওঁ যে আমাৰ পৰা ভাৰু পাৰু মিতে হয়। মায্যে যে গুৰিত পিতা মাতাই তাফ কোনেও নুই কৰিব নোৱাৰে। একেই আমি পৰাধীন চালিত প্ৰাণী, তাৰ উপৰি আমাৰ পৰা ছোৱালীৰ শাক খুলি ৰুগীয়া হৈ নিয়ে আৰু দুৰ্বল হয় তেনেহলে লৰ ছোৱালীয়ে কাৰ মুখৰ পৰা উৎসাহ-বাক্য গুনি সাহসিক আৰু তেজস্বী হব? পি কায়া, ৰাতি পুৱাৰপৰা গধুলিশকে কেৱল চাকৰি লৈয়ে যায়, সেইদেখি লৰা ছোৱালীৰ একমাত্ৰ ভৰসাৰ ৰূল খাতা, শাক সই মাতাৰ ওচৰত বগি সিহঁতে উৎসা, বাণী শুনিবলৈ নাপায় তেনেহলে আমাৰ লৰা ছোৱালীৰ ওচৰত ভবিষ্যৎ আশা দুবাশামাৰ। পানই এই বিষয়ে অতি সু নিয়ম আছে। তা যে কেৱল নাৰ পিছত ছোৱালীৰ বিয়া হয় এনে নহয়; এনেকি তাত তিতাই ব্যায়াম শিক্ষা কৰিব লাগে; সেই বিষয়ৰ কিতাপ পৰ্যন্ত আছে; আৰু জাপানী তিতাই সেই কিতাপ অনুসাৰে সদাসৰ্বদাই ব্যায়াম শিক্ষা কৰে। তাৰ বাৰাই তিৰুতৰ পৰীৰ বিশেষভাৱে আটিল আৰু পাৰমাতি হয়। জাপানী কিতা মতাতকৈ কোনো গুণে ভুল নহয়। আৰু সেইকাৰণে বোধকৰে। জাপানীবিলাক আজি এ খাপবাসা ওৈ অসীৰ পৰাক্ৰম শালী ইউপিয়ান স্বাধীন শান্তি মত সমানভাৱে পণ্য আৰু শাশনীয় বুলি বিখ্যাত। বাম কৰিলে তিতাৰ সৌন্দৰ্য আৰুৱশ্য নষ্ট হয় বুলি বহুতৰ ধাৰণা। কি সেইটো একেবাৰেই প্ৰম আৰু মিছ; বং ব্যায়াম নকৰিলে হে এটাকিত-কমাকাৰ যাকাত প্ৰাণী হয়। ব্যায়াম কৰিলে স্বাভাবিকভাৱে শৰীৰৰ অপ্ৰত্য পুষ্ট হৈ শৰীৰৰ ভাৰতে যেতিয়ালৈকে ধষ্টপুষ্ট নীৰোগী, পৰিশ্ৰমী আৰু শিক্ষিতা তিতা গাষ নোৱাৰিব তেতিয়ালৈকে ভাৰতৰ উন্নতিৰ বাট বন্ধ। আধাৰ দেশত বহুৰ বিশ্বাস যে তিতা শিক্ষিত হলে গৃহস্থালী লোৱাত বৰ খৰী হয় আৰু গৃহ কা-কা নকৰি গোটেই মে চাহৰ হৈ পৰে। এই কথা একেবাৰেই টিয়। এৰি তিকবিলাকৰ পিনে ৰাই
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৪৩৩
অৱয়ব