পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৪৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(কাতি, ১৮৩২] অসমীয়া বিয়া। উপায়ে টকা উপাৰ্জন কৰিবলৈ মাত্ৰ বাট বিচাৰে। এইবিলাক কাৰণত জল হোৱাৰ আগেয়ে বিয়া দিয়। প্ৰথাটো উঠাই দিয়া একান্ত বানীয়; আৰু তাৰ লগে লগে বাশশিৰা পনৰ্বিবাহ প্ৰথাটো চলালে বৰ সুখৰ কথা হয়। লৰাই সোনকালে বিয়া কৰালে যেনেকৈ পাৰকৈ অনিষ্টকৰ সেইদৰে ছোৱালীয়ে সোনকালে বিয়া কৰালেও স্বাস্থ্য নষ্ট হৈ গীয়া হৈ চিৰকাল নৰিয় ভুগি খাকে। সেইদেখি আমাৰ মতে ছোৱাল। বয়স বিয়া দিয়া। হে ভাল। আৰু ইয়াৰ ভাল ফলৰূপ জলন্ত উদাহ আমি চকুৰ আগতে দেখিবলৈ পাই। আমি লৰাক যেমক ভালকৈ লেখা-পঢ়া শিকাব লাগে আৰু যাতে জীৱন-সুন্ধত সি হয় নাই পিছু নোংহকে তাৰ কাৰণ সাজু কৰিব লাগে, সেইদৰে আমাৰ ছোৱালীকে উপযুক্ত শিক্ষা দিব লাগে যাতে তাই স্বামী ও শষা আৰু শাহ শহুৰক কৰি সে। স্বাৰাই তেওঁবিলাকৰ মৰমৰ পত্ৰ হব পাৰে; আৰু এই কাৰণে * বোধ ৰে। আজিকালিৰ দিনত বেছিভাগ বোৱাৰীয়ে শাৰ মন যোগাব নোৱাৰে। সেই কাৰণে যাতে ছোৱালীৰ উপযুক্ত শিক্ষা হয় আৰু আহে ছোৱালীয়ে স্বামী আৰু শাহ শহুবৰ যোল বুজে গৰু যাতে তেওঁলোকৰ মৰমৰ আৰু উদাহৰণৰ ফুল হয় তাৰ উপায় কৰা শিক্ষিত সমাজৰ একাত্ব কৰ্তব্য সকলোৱে বুজে যে ছোৱালী ৰজলা হোৱাৰ আগেয়ে বিয়া দিয়া বৰ মলি। সকলোৱে বুজে যে কম বয়সত বিয়া দিলে ছোৱালীয়ে বাপে যাকৰ ঘৰত শিক্ষা পাবলৈ যথেষ্ট সময় নাপায় আৰু ছোৱালীৰ উপযুক্ত। পাৰিক আৰু মানসিক শক্তি পৰিপুষ্ট নহয়। আৰু সেই বাবেই ছোৱা লীয়ে শাহ শহুৰৰ ঘৰলৈ গৈ কাৰে। মনত সুখ আৰু মৰম লগাষ নানান, আৰু হঠাৎ শহুৰৰ ঘৰত কাম-কাজত বিশেষভাৱে মনোযোগ দিবলৈ বাধ্য হোৱাত ৰুগীয়া হৈ চিৰীখন কটাব লাগে। তথাপি আমাৰ সত্য সমাৰুে এই বিষয়ে অকণো চকু ফা দিয়া দেখা যায়। বহুত সময় শিক্ষা আৰু বয়সৰ অভাৱত ছোৱালীয়ে গিৰিয়েকৰ মন যোগাৰ নোৱাৰা আমি দেখিবলৈ পাওঁহৰু আৰু এই বাবেই বহুত এমী স্ত্ৰীৰ ভিতৰত প্ৰথম গত কাৰো প্ৰতি কোনেও আকৰ্ষণ কৰিব নোৱাৰে; এনেকি