অসমীয়া বিয়া। বৰ্তমান যুগত বিয়া লৈ বঙ্গদেশ তো কথাই নাই আসাতে যৰ গোলমাল হৈছে। গোলমালৰ ভিতৰত এইটোই যে, ব্ৰাক্ষ্মণ, উচ্চবংশীয় কলিতা আৰু কায়স্থবিলাকৰ ছোৱালী ১২১২ বছৰৰ আগেয়ে বিয়া দিব লাগে অৰ্থাৎ স্বলা হোৱাৰ আগেয়ে বিয়া নিদিলে সেই ছোৱালীৰ আজী ৰ বিয়া হবই নোৱাৰে, তদুপৰি ঘৰৰপৰা সেই ছোৱালী বা কৰি গিৰ লাগে আৰু কুলত কলঙ্ক না হয়। সেইদেখি ১১১২ বছৰৰ আগেয়ে ছোৱালী নিশ্চয় বিয়া দিবই লাগে। সেই কাৰণেই বোধকৰে। আজিকালি ৰাৰ কৰ ইমান মৰগ। সকলোৱে ভাল লেখা-পঢ়া না লৰা বিচাৰে। কাৰণ অসমীয়া ভদ্ৰলোকৰ সাধাৰণতঃ চাকবিগত প্ৰাণ। চাকৰি এটি নাপালে তিতা পুহিবৰ আন একো উপায় নাই। আৰু যদিও চাকৰি নকৰি কাচিৎ দুই এজনে নেহা-বেপাৰত মন দিছে তথাপি তেওঁলোকৰ প্ৰতিপত্তি নিচেই কম। এনেকি আমাৰ ভদ্ৰ সমাজে তেওঁলোকক বেপাৰী বুলি ইতিকিং কৰে। আমাৰ নিচিনা পিছ পৰা ঠাইত গুলি লেখা-পড়া শিকে বা কেইজনে? তাৰ উপৰি দুই এনে লি গৈ লেখা-পড়া শিকি আহিলেও তেওঁলোকে এই ৰগৰ ফুল ধৰ্ষিা বা কোন ভুল হয় আৰু তেওঁবিলাক বিদেশলৈ যোৱা যাবে দেশৰ লগত বিবাহ-বনৰ পৰা বাদ পৰে। এনে শত ভাল লৰাই ৰা হব কৰ পৰা আৰু বিয়া দিয়া যে কিমান টান কাম তা সহজেই অনুমান কৰিব পাৰি। এনে স্থলত কি উপায় অৱলম্বন কৰিলে বিয়া অনায়াসসাধ্য হব তালৈ চিন্তা কৰা সকলো কাপৰায়ণ মানুহৰ কাম। | বক্ষদেশত এই বিয়া লৈ মধ্যৰিৎ ভদ্ৰমণ্ডলী যে কিমান দুৰ্গতি হবলৈ ধৰিছে আৰু আমি নিজ চকুৰে দেখিবলৈ পাইহেঁক। বাপি ইমানতে সতৰ্ক নহওঁ আৰু এই কুপ্ৰথা সমাজৰপৰা উচ্ছে নকৰে। বঙ্গদেশত বৎ সময়ত ছোৱালী বিয়া দিয়া খৰলৈ ভাবি লৰা পঢ়োৱা পৰ্যাঃ তুচ্ছ কৰা দেখা গৈছে। আৰু ছোৱালী হবৰেপৰা সেইধৰ মানুহৰ যত শান্তি নাইকিয়া হৈ পৰে, আৰু কেনেকৈ টকা খাৰ পাৰি এই ভাবনা সে বা; এনেকি সময় ভাল যে বিবেচনা নকৰিও যি কোনো
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৪৩০
অৱয়ব