পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৪২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰভাতৰ পদ্ম। জিলিকি উষাৰ ৰেখা উফিল তা ৰবি পূব আকাশত। মাৰিলে সুখৰ হাঁহি কোমল কমল-বালা তটিনী বুকত। গল নিশা ওৰেতি বিৰং অগণি লাগি | বুকু অলিছিল। এতিয়াই সেই জুই পানীৰ পৰশে যেন চেঁচা পৰি গল। পশি অকণ কৰ অন্তৰৰ অন্ধকাৰ বেগে আঁতৰিল॥ কুমুদ ইৰ্ষা কৰি হৰযে পদুম-বাগা উলাহে উঠিল। হৃদয়ৰ ভিতৰত প্ৰণয়ৰ মক | বতাহে খুলিলে। সুপ্ৰীতি নয়নে জো। মাথৰ মুখৰ ফালে চায়েই থাকিলে। নতুন নায়ক প্ৰেম অমৃত পানৰ আশে | বেশ ধৰিলে। সুচিকণ কেশটা যতনে মেলাই বালা | খোপাটি বান্ধিলে।। নাথে দিয়া উপহাৰ সুন্দৰ কনক তাহা | গলত পিছিলে। নিৰ্মল পানীত চাই মুখৰ প্ৰতিৰি | নিজকে মুহিলে।