৬৭৪ বাঁহী। (১ম বছৰ, ১১শ সংখ্যা মোৰ যোত কতই বাধা দিলে, কিন্তু বেজাৰত মোৰ হৃদয় দগ্ধ হোৱাত কাতৰোক্তি আৰু চকুৰ পানীৰে তেওঁলোকক ওভতাই পঠালে।। পাই, তেতিয়াৰপৰা আজিলৈকে প্ৰায় এমাহতকৈ বেছি হৈছে, শোকে দুতে, তোকে লঘোনে, খুজি আগি খাই আজি আপোনালোকৰ ঘৰ ওলাইছেহি। আই, কেতিয়াবা মৰিবলৈ চাওঁ, কিন্তু এই এবছৰীয়া সঠিক কাৰ আয়ত এৰি থৈ যাওঁ আৰু মোৰ বাহিৰে এই ৰাটিৰ গতি কি হুশ, ইৰাকে গাধি মৰিব নোৱাৰে। আই, এয়ে মোৰ জীৱনৰ শোক লগ। কাহিনী। হে প্ৰভু --" দেখিলে। তেওঁ আৰু কব নোৱাৰিলে, তেওঁ সেই অজান কেচুৱাটিলৈ চাই সৰু লৰা-ছোৱালীৰ দৰে ফেকুৰি ফেকুৰি কান্দিবলৈ ধৰিলে। যাকক কলা দেখিয়েই তেওঁৰ সেই কেচুৱা- টিৱেও কান্দি উঠিল। আমি মা-পো দুয়ো তেওঁৰ ফালে কিছু পৰ চাই, নিকে চম্ভালি নানা ৰকমে তেওঁক প্ৰবোধ আৰু সান্তনা দিলে।। আৰু তেওঁৰ অনিচ্ছা সত্ত্বেও আমি নেৰানেপেৰাকৈ ধৰি আমাৰ ঘৰত তেওঁৰ ৱন কটাবলৈ তেওঁক মাতি কৰিলে। তেতিৱাৰপৰা আয়ে তেওঁক নিজৰ জীৰ দৰে আৰু মই তেওঁক নিজৰ
- বাইদেও”ৰ দৰে চেনেহ কৰিবলৈ ধৰিলে। তেৱে আমাৰ প্ৰতি
যথেষ্ট মৰম প্ৰকাশ কৰিলে। তেওঁৰ লৰটিৰ নাম মৰমতে আমি “ইন।” দি ললে।। লাহে লাহে মইনাৰ বয়স দুবছৰ হল আৰু সি লৰি ফুৰিব পৰাটি। হল। বাইদেওৰ কেতিয়াবা যোৰ লাগিল মইনাৰ ঘঁহি মুখে সেই যেখাৰ আৰু অশান্তি সুইত হৰি আৰু শান্তি-বাৰি ঢালি দিছিল। এইদৰে “বাইদেও” আৰু মইনা আমাৰ ঘৰত থকা দুবছৰ হল। এদিন কাল শতু
- ৱে আমাৰ ঘৰ উৰ আৰু মইনাক মাউৰা কৰি মৰমৰ বাইদেওক হৰি
মিলে। সেই গোক আমি আৰু ইহ-ৱনত কেতিয়াও পাহৰিব নোৱাৰে।। তে মৰিবৰ সময়ত মইনা আমি অপোন যেন দেখিবলৈ কৈ আমাৰ হাত গতাই দি গল। স্বাভৱা মইনাই ইয়াৰ একো বুজিব নোৱাৰি মোৰ আইতাকে আই" বুলিবলৈ ধৰিলে। মইনাৰ মুখখন অবিকল বাইদেওৰ মুখ নিৰ নিচিনা দেখি; গতিকে, আমি মইনকে চাই বাইকে সময়ে নানা কথা পাতি শোক কৰে। এতিয়া মইনাৰ বয়স ৬ বছৰ। মইনা মামা তে আছে। শ্ৰীমহী ঘৰ।।