পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৪২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কাতি, ১৮৩২)। বাইৰেও। ৩৭৩ তেওঁ একোকে তুমি বৰং বিদ্ৰুপৰ ঘঁহি মাৰি, মোৰ অৰি গছ-পাতি বোৰ মোৰপৰা হাত কৰি লৈ বেচি এখন ৰূপ লৈ তেওঁৰ এগৰীয়া চাৰিজন মানেৰে সৈতে হাঁহি-মাতি ঘৰৰপৰা বা হল! এবানান মত তেওঁ এজনী বেশ্যাৰে সৈতে মাজ-নিশা আমাৰ ঘৰত ওলালৰি আৰু লো- পোচ লোহোৱাকৈ, মোক মোৰ এই ৰাটিৰে সৈতে তেতিয়াই বৰপৰা ওলাই যাবলৈ আদেশ কৰিলে। মই এনে বিনামেৰে এখ” যোৱা কাৰণ বুজিব নোৱাৰি তেওঁৰ ওচৰত কাকৃতি কৰিলে, কিন্তু সে আশা পূৰ্ণ নহল। আৰু তেওঁ ইয়াকে। কলে যে মই তেতিয়াই সেই ঘৰৰপৰা কাজ নহলে তেওঁ তৰোৱালেৰে মা-পে দুইকো কাটি নদীত উটাই দিব। তাই, পুৰুষৰ হৃদয় ইমান কঠিন বুলি মই আপেয়ে জনা নাছিলোঁ।” এই বুলি কৈ আৰু তেওঁ কব নোৱাৰিলে। দেশে। শোক আৰু সম্মান্তিক বেদনাত তেওঁৰ ৰা ৰোধ হল। তেওঁৰ সেই দুখময় কাহিনী আমাৰ মনতো এনেকৈ আৰাত দিছিল যে আমাৰ চকুলো বৈ গল। কিন্তু তেওঁক আমি কালি শেকতে শোক দিয়া হব যেন তাবি আমাৰ চকুৰ পানীৰ ৰাট বন্ধ কৰিলে আৰু তেওঁক সান্ত্বনা বিলৈ ধৰিলে। কিছুপৰ পিস্থত তেওঁ শোক স কৰি পুনৰ কবলৈ আৰম্ভ কৰিলে। মই প্ৰাণৰ ভয় আৰু বেজাৰত কেচুয়াটি শৈ, তেওঁৰ চৰণ হ ধৰি কান্দি-কাতি বিদায় লৈ তেতিয়াই বাহিৰ ওলালে। কিন্তু অৰ্থ, বিদায়ত তেওঁ শোক প্ৰকাশ কৰক ছাৰি সম্পূৰ্ণৰূপে আনন্দ তে প্ৰকাশ কৰিলে। তেওঁ এই বিবাহিতা পত্নী আৰু এই কেচুৱাটিলৈ এবাৰে মৰমৰ চকুৰে চালে। মই নিজৰ ভাগ্যকে নিয়ে দুষি উদ্দেশ্যবিহীন হৈ যাবলৈ ওলালো। কিন্তু মানিশ এই কেচুৱাটি লৈ লৈ যাওঁ, অগতা ওচৰৰ মানুহ এখৰতে কোনোমতে নিশা থাকিলোঁ।। শা আৰু দুখত মোৰ টোপনি নাহিল। ৰাতিপুৱা যেয়ে মোৰ এই দুৰৱস্থাৰ কথা শুনিলে সেয়ে চকুপানী টুকি তেওঁক গলি। হিবলৈ ধৰিলে। গাঁৱৰ মানুহে শোক সেই গাঁৱতে এটা ঘৰ সজাই দি ৰাখিবৰ অভিপ্ৰায় কৰিলে। কিন্তু মই বেজাৰত সেই পৱিত আৰু নাথাকো বুলি কৈ তেতিয়াই এই কেচুৱাট। বুকুত বাৰি লৈ লাজ আৰু তয় সবেও গাঁৱৰ যাবলৈ ওপালে।