৩৭২ বহী। [ ১৪ বছৰ, ১২শ সংখ্যা i -- গেউছাৰ মৃত্যু হল, আৰু কিছুমান দিনৰ পাছত শাহ শাহ দুয়োৰে মৃত্যু ল। আমাৰ ঘৰত ৰাজ চাৰিটি প্ৰাণী অৱশিষ্ট এল। নই, মোৰ গিৰিহঁত, এজনী দাসী মা এটা চাক। মোৰ গিৰিত এজন শিক্ষিত ছো। তেওঁ এখন মোক ভাল পাইছিল, শৰম কৰিছিল আৰু সকলো কথাতে খোৰ মত লৈ চলিছিল। তেতিয়া মই ভাবিছিলো যে আমাৰ পিছু জীৱনৰ দিনকেইটাও এইদৰে সুখময় হব। কিন্তু হায়, কালত বিপৰীত হল। শহৰ শাহ মৰাৰ পিছত মোৰ গিৰিহঁত ঘৰৰো গিৰিহঁত হৈ পৰিল। কিছুমান দুষ্ট মানুহৰ লগত পৰি তেওঁৰ স্বভাৱ ক্ৰমে ক্ৰমে বেয়াৰ ফাললৈ চাল ললে আৰু নানা কুকাৰ্যত তেওঁ প্ৰকৃত হল। তেওঁৰ ইচ্ছানুযায়ী কামত বাবা দিবলৈ কোনো নাছিল; আৰু কোনোেজনে আপোন ভাবি দিলেও তেওঁ তাৰ ওফৰাই পেলাইছিল। মোক আৰু তেওঁ দেখিব নোৱা। হল; মই যেন তেওঁৰ চকুৰ কুটা, দাঁতৰ শাল হে হলো। মই তেওঁক! কৰাত প্ৰবৃত্ত নহবলৈ নানা হক-বচন দিয়ে তেওঁৰ মন ঘূৰাব নোৱাৰিলে। পিছলৈ আৰু তেওঁক তেনে কথা কলে তেওঁ খঙতে একোনাই হৈছিল। ক্ৰমে ক্ৰমে তেওঁ কানি, ভাং, ম এই সকলোতে মুখ দিলে, আনকি, বেশ্যা- সক্ত হৈ পৰিল। নতুনকৈ ঘটক ছাৰি, আগৰ মান-সম্বৰ, টকা কড়ি বয়-বেনিখিলছিল সেই সকলোকে পাপ কাৰ্যত তেওঁ ভগণ কৰিলে। কালক্ৰমত যোৰ এই ৰাটো হল। এ তেতিয়া তেওঁক সকলো কথা দেখুৱাই সংসাৰত ভালপে চলিবলৈ মোৰ ক্ষুদ্ৰ বুদ্ধিৰে সকলো কথা বুলাই ফলে। কিন্তু তেওঁ ঋনক হাৰি মোক তেনে কথা কোৱা বাবে কাটিবলৈ তৰোৱাল ছে উলিয়াই ললে। মই পতিয়েই তিৰোতাৰ গুৰু ভাবি তেওঁৰ প্ৰতি অকৃত্ৰিম সেই আৰু প্ৰা তথাপিতো কৰ কৰা নাছিলোঁ। আমাৰ আৰু দুৱাৰ সীমা নাথাকিল; মানকি, খাবলৈ ভাত আৰু পিন্ধিবলৈ কাপোৰৰে। অনাটনত পৰিলেহঁক। তথাপিতো. ওচৰ-চুবুৰীয়াৰ মৰমৰপৰা মোৰ গিৰি- হত বঞ্চিত হলেও মই বঞ্চিত হোৱা নাছিলোঁ। তেওঁলোকে এ-বধ নিমি, আমাক সহায় কৰি আছিল। এদিন গিৰিহ কৰবালৈ এৰাহৰ নিমিত্তে যাৰ বুলি কোৱা শুনি, তেওঁক নাৰাবলৈ ৰিত ধৰি ত অনুনয় বিনয় কৰিলে। তাৰ সীমা নাথাকি, কি
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৪২৪
অৱয়ব