পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৪২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

“বাইদেও” এই কালি এদিন দুপৰীয়া ৰাই লৰৰ অভিপ্ৰায় কৰি আমাৰ বাটৰ বৰগজাপাৰ তলত উপস্থিত হলে। গৈ। এনেতে মোৰ বাৰু মও আহি মোৰ লগ লাগিলহি। দুয়ো কিছুপৰ হাঁহি মাতি গছৰ তলত বৰি বতাহ লৈ থাকোঁতেই, সিফালৰপৰা বোকোচাত এটি কেচুৱাৰে সৈতে কুৰি বাৰীয়া এজনী মাইকী মানুহ আমাৰ ফাললৈ অহা দেখিলে। মানুহ নীয়ে আমাৰ ওচৰ পাই বোকোচাৰপৰা কেচুৱাটি নমাই কোলাত লৈ “হে হৰি, তোমাৰ মনত এয়ে হে আছিল” বুলি আমাৰপৰা পাঁচ হাত মান দুৰৈত পৰ-কুৰে বহি কঁপিবলৈ ধৰিলে। আমি মানুহজনীৰ এনে ভাব গতি দেখি “কিয় কঁপিছ" বুলি সোধাত মানুহজনীয়ে উত্তৰ দিলে বেপাই- ইত, মোৰ দুখৰ কথা তোমালোকক আৰু কি কম! বহুত বাট খো কাঢ়ি অহাত আৰু লঘোনত মোৰ এনে হৈছে। মানুহনীৰ এই কেফাকি ক খুনি মোৰ মনটো বজাৰত জয় পৰি পল আৰু তেতিয়াই তেওঁক মোৰ পিছে পিছে আমাৰ ঘৰলৈ আহিবলৈ কৈ বৰ পালেগৈ। তেৱে। মোৰ পিছে পিছে গৈ আমাৰ ঘৰ ওলান গৈ। তেতিয়া মই তেওঁক তেওঁৰ জাতৰ কথা সুধি, আমাৰে সৈতে তেওঁ একে আতৰে বুলি জানিব পাৰি তেওঁক আমাৰ ৰস-টোলৈ লৈ গলে। গৈ, আৰু আইতাক এটা জাপান সাবইল কলে। আইতাই লৰালৰিকৈ এটা জলপান সাই তেওঁক খাবলৈ দিলে। মানুহজনীয়ে হাৰ্নিয়াহ মাৰি খাই-বৈ উঠি অলপ সুস্থিৰ হৈ বহিল। তেতিয়া আয়ে বটাত তামোল-পাণ লৈ মানুহ- শীৰ ওচৰত বহিল, ময়ো সেই ছেপতে গৈ পৰা এখন পাৰি আইতাৰ ওচৰত বহিলে গৈ। মানুহজনী আৰু তেওঁৰ সেই আনন্দ প্ৰতিমা কেচুৱা শৰাটি দেখিলে কোনো উচ্চ ঘৰখীয়াৰী ৰোৱাৰী আৰু ডাঙৰ সন্তান বুলি বোধ হয়। তেওঁৰ মই সৰলতা আৰু পবিত্ৰ কান্তি বিৰাজমান, অথচ সি স্নান। যেন দিনে ৰাতিয়ে তেওঁ কি এটি শান্তিক বোেৰ শৰ তেওঁৰ সেই গোল বই সহ কৰি ৰাখিছে।