[ম কছ, ১ম সং । মত আসামত তাই যদিও বকে পিছু পেলালে, তথাপি ৰোৰ নানান প্ৰভাৱৰ চিন সামৰপৰা মহি গুাব নোৱাৰিলে, বৰং আৰ- ভাৰ নিৰ গাত বৰ ভাৱৰ দুৰ অনেক পৰিহে ৰল। আমাৰৰ মাটি সাৰুৱা; অলপ আসতে তা শস্য উৎপাদিত হয়; সেই দেখি ভাৰতবৰ্ষৰ আন ঠাইৰপৰা আৰ ভাৰতৰ বাহিৰৰপৰাও আসামলৈ মাহ আহি সুফল পাই তাত বসতি কৰি থাকিছিল। ঘাইকৈ আসামত কামাখ্যা, পৰশুৰাম ফুগু আদি অনেক তীৰ্থস্থান থকাৰ নিমিত্তে আসামলৈ তীৰ্থ কৰিবলৈ অহা বিদেশী মানুহেও উৰা সাৰ এৰি নিজৰ কটু দেশলৈ উভতি নগৈছিল। তাৰ উপৰিও গাৰু এটা যখিল এই আছিল যে সেই কালত আলৈ অহা যোৱ কৰা ৰাট বৰ দুৰ্গম আছিল, সেই বাবেও কোনোবিদেশী মানুহ এবাৰ আসামলৈ আহিলে পপক্ষত তেওঁ আসাম এৰি উভতি নিজ দেশলৈ যাবলৈ মন নেমেলিছিল। আগৰ কালত আসা ৰজাসকলেও বিদেশী গুণাকৰ মানুহ পালে তেওঁলোকৰ মাটি-বাৰী বিষয়- বানা দি আসাতে পাতি আসাম দেশ চহকী কৰিছিল। পশ্চিমীয়া মা শৱতে কষ্টসহিষ্ণু আৰু ভীত। সেই দেখি গুৰিতে পশ্চিমীয়া হিন্দুস্থানী মানুহ আৰলৈ ৰোৱাৰ লেখ সৰই। কালত সেইসকলে আলামত বসতি কৰি অসমীয়া মানুহৰ সৈতে বিয়া-বাৰুৰ সম্বন্ধ কৰি আসা মতে থাকি অসমীয়া হৈ গৈছিল। তেওঁলোকৰ পো-নাতিসকলে যে আসামৰ অসমীয়াৰ লেখত ভালেমান পোহ দি ভাক সৰ কৰিলে এইটো ধুপ। উড়িষ্যাৰ সৈতে আগৰ কালত আসামৰ সম্পৰ্ক এল আছিল; পুৰীৰ তীৰ্থ জগন্নাথ নেই তাৰ প্ৰধান কাৰণ। ইত্যাদি কাৰণত অসমীয়া মানুহ আৰু অসমীয়া ভাষাত হিন্দী আৰু উড়িয়া মানুহ আৰু ভাষাৰ বৰনিৰ ভাগ সৰহ দেখিবলৈ পোৱা যায়। সেইদেখি আমি কব পাৰোঁ যে যাক আমি আজি অসমীয়া মানুহ বোলে, আৰু যি ভাষাক অসমীয়া ভাষা বলে, সেই দুয়ে। নেক জাতি অনেক দেশৰ মানুহ আৰু ভাৰ সামমিহলি হৈ হোৱা বস্তু। ভাৰতৰ জান জান তোতকৈ আসামত সমাজোন ঢিলালোলোকা হোৱাৰ কাৰণো সেয়েই। কি আমি অলপ গকৈ গৰি চালেই বুৰিম যে যদিও বাৰ ঠাইৰ বাৰটা লৈ অসমীয়া ভাষা আৰু সৰ আৰি সৰহ ভাগ গঠিত,
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৪২
অৱয়ব