পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আঘোণ, ১৮৩১) অসমীয়া। জাতিৰ মানুহহে ভাৰতত সোমাইছিল। আৰ্যৰোৰ জাৰতলৈ অহাৰ আগৰে পৰা ইণ্ডো-চাইনিজ ভাষা কওঁতাসকলৰ ভিতৰত পৰা মন-খমে, তিব্বত বৰ্মান, আৰু চামে-চাইনিজ ভাৰত কথা কোৱা জাতিৰ মাহ আলামত আক আসামেদি বঙ্গদেশত সোমাইছিলহি অনুমান হয়। প্ৰথমতে নিবেমাৰ, তাৰ পিছত তিত-বৰ্মাণ, আৰু তাৰ পিছতহে চায়েম-চাইনি তা কওঁতা সকলৰ ফৈদৰোৰ আহিছিল। তিৱত-বৰ্মাৰ ভাষা ও তিববাৰে মন- খেমাৰ ভাষা কওঁতাবোৰ গিলি পেলাইছিল মনে ধৰে। নগা, কুকি আবছে তিত-বৰ্মাণ শ্ৰেণীৰ পোক। ব্ৰহ্মপুত্ৰ উপত্যকাত আজিও জীয়াই থকা অনাৰ্য ভাষাবোৰ বোৰ ভিতৰুৱা। কছাৰী বা মেচ, গাৰৰ, ভিচা, ত্ৰিপুৰা, লালুং, বালা, আৰু চুটীয়া, বড়োপৰিয়ালৰ ভিতৰৰ। চান ভাষাবোৰষাৰ ভিতৰত আহোম ভাষা পৰিছে–চায়েম-চাইনিজ ভাষাৰ পৰিয়ালৰ ভিতৰুৱা। বড়ো পৰিয়ালৰ মাতিবোৰে অসমত অনেক আগৰ কাগৰপৰা নেক কাল প্ৰাধান্ত কৰি আহিছিল যে এইটো নিশ্চঃ; কাৰণ সেই পৰিয়ালৰ ভিতৰুৱা জাতিৰ চিন-মোকাম আসামত সহ। বো-পৰিয়ালৰ ভিতৰুৱা কছাৰী, ছুটীয়া, বৰাহী আদি ৰাজাবোৰৰ পৰাক্ৰম আৰু আয়ুশ আসামত বৰ প্ৰবল আৰু দীঘল আছিল। খৃষ্টাব্দৰ ১৩ শতিকাত আগামত সোমোয়া চায়েম- ইনিজ পৰিয়ালৰ ভিতৰুৱা আহোমবোৰ যদিও বড়ো-পৰিয়ালৰ ভিতৰুৱা সকলক প্ৰভাৱত হৱাইছিল; তথাপি তেওঁলোকৰ ৰা আসমত ৭০ বছৰৰ বেছি নিষ্টিকিল দেখি আলামত তেওঁলোকৰ থোৰ চিন বড়োৰ ৰোৱা দৰে নল। | আসামলৈ দ্ৰাবিড়ীবিলাক, প্ৰথমবোৰ মল জাতিৰ মানুহ অহাৰ আগেয়ে আহিছিল নে পিছত আহিছিল, এই কথাৰ মীমাংসা কৰা এক প্ৰকাৰ অস- ম্ভৱ। কিন্তু এইটো ঠিক যে জাৰ্যবিলাক আসামত সোমোৱাৰ আগেয়ে সেই দুই জাতিৰ মানুহ আসামত আছিল। কালক্ৰমত আয্যবিলাকে তেওঁলোকৰ ওথ খাপৰ সভ্যতা আৰু ধৰ্ম্মৰ সোঁতেৰে যেতিয়া আসাম চৌৱাই পেলালে; সেই ঢৌত খাচী আৰু জৰীয়া ভাষাৰ বাহিৰে, মন-খেমাৰ পৰিয়ালৰ ভাষা- বোৰ উটি গল। কিন্তু আৰ্য ভাষাই বড়ো ভাষাৰ একেবাৰেই আসামৰ পৰা থেৰাব নোৱাৰি তাৰ লগে লগে আছিল। ইয়াৰ পিছত কাল-