৩৫৪ বহী। { ১ম বছৰ, ১৯শ সংখ্যা পদ্মনাথ বাবুয়ে কৈ,—“অসমীয়া ভাষা বঙ্গভাষা হইতে বিচ্ছিন্ন কৰি- ৰাৰ এটা ফল এই হইয়াছে যে, অসমীয়া গ্রন্থকাৰ মহাশয়ে। তাহলে ভাষাকে ভাবা হইতে কত যেখাইবাৰ নিমিত্তই বােধ হয় যতদূৰ পাৰে সাহিত্যে দেশৰ কথাৰ অৰতাৰণা কৰিয়াছেন এবং কৰিতেছেন। অসমীয় প্রাচীন ভাষা এৰূপ ছিলনা। সাহিত্যের ভাষা লৌকিক ভাষায়ী হইলে অনবৰত এবং অতি শীঘ্র শীঘ্ন উহা পৰিবৰ্তনশীল হইয়া পড়ে তন্নিমিত্ত স্থায় সাহিত্যেৰ সৃষ্টি হওয়াৰ পক্ষে অন্তৰায় ঘটে। পর্তীৰ জ্ঞানগর্ভ প্রবন্ধাদি এইরূপ ভাষায় লিখিত হওয়া অনেক সময় প্রায় অসম্ভব হইয়া পড়ে।" | কোৱা বাহুল্য যে বিদ্যাবিনােৰ এই মতেৰে সৈতে আমাৰ মত সমুন্সি নিমিলে। ওঁ যি যুক্তি দেখুৱাই লেখা ভাষাৰপৰা কোৱা ভাষা সুকীয়। কৰিবলৈ কৈছে, সেই যুক্তি অতি পুৰণি, অতি জুলা। অনেকে এই যুক্তি খণ্ডন কৰিছে, . আৰু আজিকালিৰ পৃথিৱীৰ সকলাে ভাষাৰ সাহিত্যৰ ঢল লিখিত আৰু কখিত ভাষাক যতদূৰ পাৰি একে কৰাৰ ফালে । আন কি, অনেক ভাঙৰ বগলী লেখকবো সেই মত। ৰাম ৰাজপদে প্রতিষ্টিত হইয়া অপতা- নিৰ্বিশেষে এপালন'ৰ নিচিনা তিনি পোৱা সংস্কৃত পানী আৰু এপাের কথিত ভাষাৰ পাখীৰ বল সাহিত্য বাৰপৰা আজিকালি প্রায় নাইকিয়া হৈছে। এই বিষয়ে অগেয়ে আমি অনেকবাৰ অনেক কথা কৈছে, বিশেষ দৰকাৰ হলে পিছত আৰু অনেক কবলৈ আছে ; এই প্রবন্ধ সেইবােৰ কবলৈ গলে প্রবন্ধ বৰকৈ বাঢ়ি যাব। মুঠতে ইয়াকে কওঁ, যে বঙ্গালী লেখকসকলৰ ভুল ব্যাট অসমীয়া লেখকসকলে নধৰে। জীয়া ভাষাটো নীয় পদার্থ, মৰাশ বা একা নয়। জীয়া বন্ধুৱেই পৰিবৰ্তনশীল হয়। ভাষাক অপৰিবৰ্তন কৰিলে সি মৰিকা হব। পৃথিবীত যিবোৰ জীয়া ভাষা আছে, সেইবােৰৰ পৰ যোগে ফেকুৰি বছৰ কালৰ ভিতৰতে যে পরিবর্তন দেখিলে আচৰিত মানিব লাগে। ভাষা পৰিবৰ্তনশীল বুলিয়েই তাৰ ব্যাকৰণ আৰু অনি faity আঙ্গি নাই। ইংৰাজী ভাষাত জন অভিযান আৰু সেই সময়ৰ খাৰ সেইদেখি ভালেখিনি “তামাদি হৈছে। অভিথান ব্যাকৰণে অৱশ্যে কিছু দিনলৈ ভাষাক নিয়মিত কৰি স্থায়িত্ব নিয়ে। এ পৰিবৰ্তন একোলৈকে ভাল নহয়, ভাষালৈকো নয় ;
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৪০৪
অৱয়ব