পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৪০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

জহিন, ১৮৩২] অসমীয়া গৌৰীপুৰত বঙ্গলা সাহিত্য-সভা। ৩৫৩ অসমীগণেৰ মধ্যে অদ্য পৰ্যন্ত এই সকল বিষয়ে স্বাধীনভাবে অনুসন্ধানাদি কৰিবাৰ কোনও আয়োন হইতেছে নাসৰ হইবাৰ কোনও টি দেখা বা না। | এইটো আকৌ ওপৰত কৈ অহা সেই খিলাৰ উপৰি পুৰু মহায়৷ চুৱাৰামৰ যুক্তি। শোক বম্ব অলৈথানি হৈ নষ্ট হৈ যোৱাৰ ভয়ত তাক নিজৰ কৰি নিজৰ তত্বাৱধানলৈ অনা যুক্তি! তুমি তোমাৰ বই-বস্তু ভালকৈ ধন কৰি সামৰি থোৰা নাই বা থৰ নাজানা, এঙ্গেকে তুমি আঁতৰ, আমি সেই বস্তুবোৰ আমাৰ নিজা সম্পত্তি কৰি আমাৰ ভৰালত থৈ তাৰ তাৱন কৰি থাকি। তুমি দেখা নাই নে, এই কাৰ্যৰ ৰাই তোমাৰ কিমান উপকাৰ হব?” যুৰোপীসকলে যে ভাৰতৰ সাহিত্য বুৰঞ্জী বিজ্ঞান দৰ্শন আদিৰ চৰ্চা কৰি সেই বিষয়ৰ পুৰণি পুথিবোৰৰ টক কৰি পাঠোদ্ধাৰ কৰি চুপাই ৰক্ষা কৰিব লাগিছে, তাৰ বাবে তেওঁলোকে সেই সেই পুথি ৰচিত হোৱ ভাৰতীয় ভাষাবোৰ নিজৰ মুৰোপীয় শুম্বাব ভিতৰত সুবলৈ দাবি কৰা নাই কিয় কব নোৱাৰে। তেওঁলোকে সেইমতে কাৰ্য কৰিব কিনি! পৰৰ পুথি পৰৰ ভাষা নিজৰ কৰিবলৈ উলি। এই নতুন বীৰ-মাহিত্যিক যুক্তি দেখি আমি সচাকৈয়ে আচৰিত মানিছে। এটা কথা এই খিনিতে কষে যশীয় সাহিত্যিকসকলৰ বাৰাই আমাৰ বুৰঞ্জী আৰু আন আন হাতে লেখা পুথিৰোৰ সম্প্ৰতি “অঙ্গে শিত আবিষ্কৃত আলোচিত আৰু প্ৰকাশিত” নহলেই বগল, কাৰণ তেওঁ লোকৰ frame of mind অৰ্থাৎ মনৰ গঢ় গতি আৰু কল্পনাৰ কোব সম্প্ৰতি যেনে দেখা গৈছে, কিছুকাল আমাৰ পুথিৰোৰ তেওঁলোকে অনে- যশ আক্ৰমণ শাবিজাৰ পৰিকাৰ গবেষণা না বলোনা নকৰি ক্ষান্ত থাকি, লেই দুই পক্ষৰ উপকাৰ। অনন্ত কলিৰ ৰাষায়, জাকৰ ৰচন (ধাৰ বিষয়ে আমি পিছত কম) পুথিৰ অৰেণ আবিষ্কাৰ কৰি তেওঁলোকে আমাক যি নমুনা দেখুৱাইছে, কি যে সমীয়া ভাষা আৰু সাহিত্যই ইংৰাণীতে এই ফাকি ৰিঙিয়াই কোৱা আমাৰ কাণত পৰিছে “Save me oh! save me from these candid friends