শাহিন, ১৮৩২। অসমীয়া গৌৰীপুৰত বঙ্গলা সাহিত্য-সভা। ৩৫১ “খয়ে বা প কখমে বলিহাৰী বাই। আয়শা দুঃখ ওৰ যে খড়ি ঘড়ি হৰি নাম সোঁৱাই।” উদাহৰণ ৰূপে তুলসীদাসৰপৰা দিয়া এই কেইফাকি দেশৰ কোন বালীয়ে বুজিব কোৱাচোন? যদি বুজে, তেন্তে বঙ্গদেশত বগল। নচলি হিন্দী চলিলেই দেখোনা হয়। বিদ্যাবিলোক মহাশয়ে কি ফেলে? | পিচ যখন প্ৰথম আসামীতা কামৰূপ জেলায় প্ৰবৰ্ষিত হয়, তখন ঐ জেলাৰ বহুসংখ্যক লোক উহাতে আপত্তি কৰিছিল।” যেনেকৈ ভাৰতবৰ্ষত লকেল, চে গৰ্ণমেন্ট চলাবলৈ অন্যায় হওঁতে, আৰু বাট আৰু সৰুলাটৰ সভাত প্ৰজাৰ বাৰাই নিৰ্বাচিত প্ৰতিনিধি ক্ষমতা দিবৰ সময়ত কোনো কোনো সম্প্ৰদায়ৰ বৰমূৰীয়া মুখ্য মানুহে কোনো শ্ৰেণীৰ অতিচাৰ মহাৱলীসকলৰ উচটনিত তাৰ বিৰূদ্ধে কৈছিল, লেখিলি, আৰু লাটচাহাবৰ ওচৰত গৰধান্ত দিছিল, কিন্তু সেই আপত্তি আগ্ৰহ হৈ যেতিয়া সেই অধিকাৰ প্ৰাক দিয়া হল হতি আগেয়ে আপত্তি কৰতাসকলে শানৰ আগেয়ে লৰি নিৰ্বা- চিত হবলৈ ওলাল, আৰু সেই অধিকাৰৰ অৰ্থে খোৱা-কামোৰা লগাই দি “কুৱা পাত কাটিবলৈ গল, নিখৰুৱাই মাটিতে কামুৰিলে” কৰিলে। কামৰূপতো সেইদৰে অসমীয়াৰ বিৰোধী বঙ্গাবী উচটনিত “বহু- সংখ্যক লোকে সমীয়া ভাষা কাপ চলাবলৈ কৰা প্ৰভাৱত আপত্তি কৰাটোত আশ্চৰ্য কি?। কালপাগোভি লেগেই হৈছে। কামৰূপত যেনেকৈ এতিয়া তেনে ভাষৰ মাৰ নাইকিয়া হল, আঙ্গুসন্মান বুলা আৰু একা মানুহে যেনেকৈ সেই শ্ৰেণীৰ মানুহৰ ঠাই ললে, গুৱালপাৰতো কিছুদিনৰ পিত সেয়ে হব। কনিকতাৰ বটতলাৰ ছাপাখানাৰ কৃপাত কাশীদাস ছিল সকা হোৱা যাবে ৫ আসাম সেই পূখি হন প্ৰচাৰ ৰাঢ়িছিল, বল না অসমীয়া ভাষা একে যেৱাৰ সি প্ৰমাণ নহয়। অসমীয়া ভাষায় হাত পা হৈ নোলোৱা বাৰে আৰু চীপতীয়া খি প্ৰাপ্য আৰু ৰা হোৱা ৰাৰে কাশীদাসৰ ৰাভাৰত আৰু
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৪০১
অৱয়ব