শাহিন, ১৮৩২ ] অসমীয়া গৌৰীপুৰত বগলা সাহিত্য-সভা। ৩৪৯ পাঠে অনুবিধা হইবে। তাহাদেৰ এই হেতুয়েপ্ৰথমটি সেনসাস, টেবেল দ্বাৰা সমৰ্থিত হয় না। ১৯০১ সালে শেসে গোয়ালপাড়া ১০ মন মধ্যে ৬,৯২৬ ন বঙ্গতা, • গন মাত্ৰ সে- ৰীয় ভাষা, ২৭৯ ন হিন্দিভাষা এবং অবশি কাঞ্চী পাৰে। ৰাতা ইত্যদিৰ ভাষা বলে। দ্বিতীয় হেতুষাঙ্গ সঙ্গে এই বলিতে পাৰি যে, শঙ্কৰদেবাদি চিহ্ন থোষা প্ৰভৃতি পড়িয়া বুঝিবাৰ নিমিত অসমীয় ভাষাৰ প্ৰবৰ্ত্তন অনাবশ্যক।......... বাবা লেখাপড়া জানিনই উঙ্গা না- সে বোধগম্য হইয়া থাকে। অপিচ যখন প্ৰথম আসাশীষ কাপ মেলায় প্ৰবৰ্তিত হয়, তখন ঐ জেলাৰ বহুসংখ্যক লোক উহাতে আপত্তি কবিয়াছিল।.........কামৰূপে সাধাৰণ লোক অনেকে আমিও কাশৰাৰ দাসে মহাভাৰত ও কৃত্তিবাসে ৰামায়ণ পড়িয়া থাকে। | বিদ্যাবিনোদ মহাশয়ৰ এই কথাৰ সম্পৰ্কে প্ৰখৰতে আমি কওঁ যে গুৱালপাৰৰ লোকসংখ্যা ১৬৫০ জনৰ ভিতৰত ১২৬ জনে বঙ্গভাষা কোৱা সম্পৰ্কে আমাৰ সন্দেহ আছে। কেনেকৈ কওঁ,-গুৱালপাৰৰ অসমীয়া ভাষাটো বলাৰে কিছুদূৰ মিহলি। দাতিকাষৰীয়া ঠাইত যেনে হয় ঠিক তেনেকুৱাই তাত হৈছে। এৱালপাৰ জিলা ভালেমান দিন বঙ্গদেশৰ মৰাবৰৰ তলতীয়া হৈ থকাত, আৰু বঙ্গদেশীয়সকলে তাত চাকৰি ব্যৱসায় আদি কৰিবলৈ আহি থকা বাবে তা ভাষাত বঙ্গভাষাৰ সৰহকৈ পোহ পৰিছে। কিন্তু আচলতে সি অসমীয়া ভাষা-অৱচ্ছে অলপমান বিকৃত। গুৱালপাৰত বালী মানুহৰ প্ৰভাৱ অলপ বেছি দেখি তাৰ অধিবাসী অসমীয়াবিলাকে “ফেসান”ৰ বশবৰ্তী হৈ নিজৰ অসমীয়া মাতৃভাষাটো সংকোচ কৰি ঢাকি থৈ বঙ্গভাষাভাষী বুলি নিজক চিনাকি দিয়াটো অনেক সময়ত দেখা যায়। আৰু ভাল মানুহক দেখা-দেখি তলৰ শ্ৰেণীৰ অনেকেও সেই “ফেনতে” চলিছে। ৱালপাৰৰ তলৰ শ্ৰেণীৰ অনেক মানুহে বাস্তবিক পত ভালকৈ নাজানেই যে তেওঁলোকৰ মাতৃভাষাটো অসমীয়া নে বাণী। সেই ঠাই নিবাসী বঙ্গালী বাবুসকলে সেই ভাষাক বলা বুলি কৈ আৰু শালী "ফেশ” চলা অসমীয়া কোনো
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৩৯৯
অৱয়ব