পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৩৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিলাতৰ কথা। | ডনে ( Dunera) জাহাজেদি বিলাতলৈ যোৱাৰ কথা কেতিয়াও নেপাহৰে।। ৩ ছেপ্টেম্বৰ ১৮৯৫ চন মঙ্গলবাৰ আহিল। সোমবাৰে ৰাতি দুজন বন্ধুৰ লগত ঘৰৰ নিজৰ মানুহৰপৰা বিদায় নে হাত উঠিবলৈ গলে।।নিশা, জাহাজই চেইন চুট পিন্ধা এজন আদহীয়া বয়সৰ ৰিৱালা শত ৰটিছ খালাটীয়ে আমাক ফিৰিকা দিন। পুৱা আহিবলৈ কলে, আহা গঙ্গাৰ লোৱাৰ ভাটাৰ গোলমালত নিশা যাব নোৱাৰিব দেখি। একেবোৰ বৃটিচ খালাচী প্ৰয়ে—মোটা আদহীয়া জাৰিয়ালা” হয়-ইতক quarter master (কোয়াটাৰ মাষ্টৰ কয়। ইহঁত সাধাৰণ খালাচীতকৈ ওখ খাপৰ। সি বাৰু যি হওক-জামি আমাৰ বহা ভবানীপুৰৰ ১নং জেসিয়া পাড়া ৰেডলৈ আকৌ উভতি আহিলে। সেই মাতি শুই থাকি পুৱা বহমান বজাত আকৌ জাহাজলৈ গলে। এইবাৰ হাৰ মানুহেৰে ভৰা, জাহাঙ্গৰ বিষয়াসকল আৰু চাকৰ-নাক ইত্যাদি ব ব্যন্ত, যাত্ৰীসকলে বন্ধু বান্ধৱৰপৰা বিদায় লোৱা, কোনোৱে কন্দা কোনোৱে চকু মোহৰা ইত্যাদি বিদায়ৰ লগৰীয়াবোৰ দেখিলোঁ। আমাৰ লগত যি দুজন বন্ধু গৈছিল তেওঁলোকৰপৰা আমি বিদায় ললে। আন চাৰিজন ভাৰতবৰ্ষীয় লৰাৰ বন্ধু বান্ধৱেও তেওঁলোকৰ বন্ধুৰপৰা বিদায় ললে। জাহাজ একমান বজাত এৰিলে। নিজৰ মাতৃভূমি এৰি অচিনাকী ঠাইলৈ যাবলৈ আৰম্ভ কৰিলে। সেই দিনা ও মান বজাত গৈ বোটানিকেল গাৰ্ডেনৰ কিছু দক্ষিণে জাহাজ লগৰ পেলালে। ৰাতি তাতে থাকিলোঁ। ঘৰৰ ইমান ওচৰত লঙ্গৰ পোলোৱাত আমাৰ বেয়া লাগিল। দূৰ দেশলৈ যেতিয়া যাবলৈ ওলাইছোঁৱেই অলপ দুৰৈত গৈ লগৰ পেলাইমান ওচৰত অথচ কিমান দূৰৈত! সেইখিনি সময়ত আন চাৰিজন ভাৰতবৰ্ষীয় সহযাত্ৰীৰে সৈতে চিনাকী হৈ ললো-তাৰে ভিতৰত এজনক এই বিলাত যাত্ৰা সম্বন্ধেই দুদিন এদিন দেখা কৰিছিলোও। ঘূত খোগেন পালৰ ককায়েক এজন যাত্ৰাজলৈকে তেওঁৰ লগত গৈছিল। আমি ছায়োজনে অলপ অলপ কথা পাতিবলৈ আৰম্ভ কৰিলে।