পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৩৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আহিন, ১৮৩২ ] চেচচ পিয়ল। ৩৪ তাৰ বাপেকে কলে “হেৰ বলিয়া! সি নন কি কৰি খায় তাকো নোননে? তাকে। আকৌ কৰ লগে নে? সি মাকৰ পিয়াহ খায়।” মই এতিয়া এই কেচুৱা লৰাটোৰ ব্যৱসায় লেখিব লগীয়া হোৱাত বিবৃতি পৰিলে। কিনো লেখিম? সি লৰা মানুহ, হাল কোৰ মাৰিব নোৱাৰে। নিয়মাবলী খনো ভালকৈ পঢ়ি চাই বুজি লবলৈকো আমাৰ বাপুৰ বিদ্যা তথৈবচ। ভাবি চিন্তি লেখি থলে, ‘মাকৰ পিয়াহ খায়।” কোমোমতে এইবাৰ এই বিপদৰপৰা সাৰিলে।। আন এগৰলৈ গলো; তা দেখে যে এজনী আগৈয়ে অমুক বাগিছাৰ অমুক চাহাবে ৰখা অসমীয়া মেম আছে। তাই হাৰে দি থৈ যোৱা টকা-সিকা ভাঙি খাটি বৃত্তি চলাই খায়। তাইৰ নাম ধাম এইসোপা ঠিক-ঠাককৈ লেখিলে; কিন্তু যেতিয়া তাইৰ জাতি আৰু ধৰ্মৰ কথা সুধিলে, তাই কলে তাইৰ জাত ছুটিয়া, ধৰ্ম হিন্দু! সৰ্বনাশ! চাহাবে ৰথা তিতা যদি হিন্দু হৈয়ে থাকিব লাগিল তেন্তে আৰু এই সনাতন হিন্দু ধৰ্মৰ থাকিল কিটো? মই ভাবিচিন্তি তাইৰ ধৰ্ম আৰু জাতিৰ ঘৰত তাই নজনাকৈ লেখি থলে। অমুক বাগিছাৰ অমুক চাহাবে ৰখা মে, জাতিভ্ৰষ্ট ঋষ্টিয়ান”। ইয়াৰ পাছৰ ঘৰত হে মোৰ আৰু বিলাই-বিপত্তিৰ ঠাই নোহোৱা হল। সেই ঘৰত এজনী বুঢ়ী মাকৰ লগত তিনিজনী দশ হৈ থকা অথচ আবিয়ৈ ছোৱালী পালে। সিহঁতক এজনী এজনীকৈ এইবিলাক প্ৰশ্ন কৰিছিলোঁ। | (১)। তোৰ নাম কি? (২}} বাপেৰ নাম কি? (৩)। মাৰৰ নাম কি? (৪) তোৰ ধৰ্ম্ম কি? } আত কি? (৬) কত উপৰিছিলি? (৭) কি কৰি খাৱ? (৮) বিয়া হৈছে নে? (৯ তোৰ হাই কেইটা। (১০) পাৰ কেইটা? (১৯) ছাগলী কেইজনী? (১২) কেইজনী খীৰাৱ। (১৩) গৰু কেইটা? (১৪) সেই গৰুৰ ভিতৰত গাই কেইজনী? (১৫) হালোৱা কেইটা? (১৬) দৰা কেইটা? (১৭) চেউৰী কেইজনী। (১৮) পোৱালি কেইটা? (১১) হই তত বয় নে? (২) সৰু সূতাৰ কাপোৰ বৰ পাৰ নে? {১} ভালকৈ ফুল বাছিব জান নে? (২২) কে টিকা দিছিল নো (২৩) তোৰ আই ওলাইছিল নে? (২৪) তোৰ অৰ হৈছিল নে? (২৫) মুৰৰ বিষ হৈছিল নে? (২৬) দাতৰ বিষ হৈছিল নে? (২৭) দাত সৰিছে নে?