আহিন, ১৮৩২ ] চেচচ পিয়ল। ৩৪১ মই চিয়াঁহি এদোৱাত এক কাপ এটাৰ কথা কন মোক তে উয়ি , “চাৰৰ খৰৰপৰা দেৱাত কলৰ নিদিয়ে। তোক পা কলাৰখৰ পৰণা দি গাৱত ভাল মানু পাতিছে। এই ভাল মালৈকে এনে ভো-লুটা সোপা-গোঙ্গ দিয়ে তুমি তাকে কাকো একো মিমি কৈয়ে নাম-লা মানুহ হলা। ৰজাৰ কামৰ বাৰে চাইটা পা এ কৰি দোৱাত কল কাগজ কিনি লোৱাগৈ।” মই কলো, “ভাঙৰীয়। মোৰ হাতত গয়া এটাকে নাই; কৰপৰা নো দোৱাত কল কাগজ কিনো? মোৰ এই কথাত চুপাৰাইজৰ ডাঙৰীয়াই বলে, “যদি তোৰ কিনি নমলৈ পয়চা নাই তেন্তে ৰাহৰ চুঙা এটা ফাটি লাগু আৰু চৰু হাইৰে চিহি কৰি লোৱাশৈ, খাগৰি এডোখৰ কাটি কম এটা কৰা গৈ"। হৰি হৰি কপাল! চেচচ পিয়ল কৰা বাবে দৰমহা যে নামেই তাৰ উপৰি এতিয়া মই ভোলাই শৰ্মাৰ কপালত চুৱাচৰুৰ ছাই ছু লগাহে লিখন আছিল!কোনো কমে ক ক ম চাইটাহৰ লেখিবলৈ শিকিছিলো, এতিয়া ভালো জিকাৰ ভাগিব খুজিল দেখেন। চেনচ পিয়ন নকৰিলে হেনো চুপাৰাইৰে কিবা বোল পিষ্ট কৰিব। আৰু সেই ৰিপট কৰিলে বেনো যাহাৰে ধৰি নি ভোলাই শৰ্মাক বৰষৰত সুমাই থক। বিপন্নত মাহৰ হেনো বুদ্ধি বাড়ে। মই মূৰটো আৰু মোৰ টিকনিকোহা খেপিয়াই ভাল উপায় এটা পালে।। মই চুৱা-চৰ ছাইৰ সলনি বেৰৰ পূৰৈ-শাক এটিকে গুলি বাঁহৰ চুঙা এটাত ভৰাই খাগৰিৰ ভোটা কম এটা কাটি লৈ কাষলতিৰ তলত বধি- খন লৈ মোৰ গাৱলৈ, বিষ্ণু! কিবা হেনো ব্লকলৈ ওলালোঁ। দুখীয়াৰ দুখ আপদীয়াৰ আপদ কতো কোনোকালেই নখ। যলৈকে যাওঁ ততে গাৰৰ পৰা বুঢ়া ডেকা জীয়ৰী বোৱাৰী গাভৰু এটাইবিলাকে বেছি বেঢ়ি লোধে চৰকাৰৰ অৰে নো এই পিয়লন কেলেই কইছে হে।” মই বাকে যিহকে পালে তাকে কৈ মা সাৰিছিলোঁ।। লবিলাকক কৈছিলোঁ, যিবিলাক লৰাই ভালকৈ নপঢ়ে ৰা গৰু নাচাৰে বা হাল কোৰ নাবাৰ সিহঁতক মহাৰাণীৰ ঘৰে ধৰি নি উপিত বেত মাৰিব। ডোবি- কক কৈছিলোঁ, কিনি ডেক কানীবিলাকৰ ওপৰত চৰ্কাৰৰ ৰে টেকে যাৱাৰ। বুঢ়াবিলাক কৈছিলোঁ, চৰ্কাৰৰ ঘৰে চাব খুজিছে
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৩৯১
অৱয়ব