আহিল, ১৮৩২] মহাপাপৰ মহাপটিত। ৩৩৭ হেন ভাবি শপতে ওশি গাটোপটো হওঁ। গৰ্পৰীৰে খালি জাং- কোপ ৰাজনৰ দৰ্ণ চুৰ্ণ কৰিলে। আজি শসংস্কাৰকৰ নিজৰ ঘৰতে হৰ্বোৰ বিপ্লৱ মহা প্ৰলয়কাও উপস্থিত। যেনে ফুকুৰ তেনে টাঙোন। যেনে পাপ তেনে শান্তি। | এই আহি পৰিলে খুতিকাৰ ৮ বছৰ পূৰ। সিদিনাখন বহাগ মাথোন মোৰ বাৰ বিয়া হৈ গৰ, আৰু আজি ই বিষ.. মোৰ নিজৰ বিশেষ ইচ্ছা নথকা সত্বেও, বৈণীৰ পূৰৰ পুনৰ অনুৰোণ এৰাব নোৱাৰি মোৰ আই এই কেচুৱা অৱস্থাতে বিয়া দিছিলো। মোৰ সকলো লেখা-পঢ়া জ্ঞান বুজি মতিগতি কুসংস্কাৰ ন বিধি-বিধানৰ মূৰত নেওচা-কেওচা দি ৰোৰ বাৰু বলি-শামত উছৰ্মা কৰিছিলো! দেবী গোসানীয়ে বলি গ্ৰহণ কৰিলে। কেচুয়া দুমলী কুমাৰী কন্যাৰ পবিত্ৰ তে টুপি পিবলৈ পাই নাই উগ্ৰতা, আজি পৰ আনন্দ। সেইহে তেওঁ ভীষণ ৰূপেৰে ভীষণ বেশেৰে আহি আলি নোৰ ঘৰ খুন ছি ধৰি আছেহি। বোলে। বিধৱাজনী কলৈ গল? বিচাৰ, বিচাৰ।। কি? তাইৰ কপাল সেন্দুৰৰ ফোট এতিয়াও মহা নাই। কি কৰিছা? যছ, মাছ, সোনকালে মা, হাপাপে চুব যে! তাইৰ হাতৰ আৰু গৱে, ডিঙিৰ মণি হয়, কাণৰ কে হোৱহাতৰ আঙুঠি খৱে।। তাইৰ গাত বছে যি গহনা-পাতি আছে সকলোবিলাক খহাই নিয়। তাই যে বিধৱা! সেইবিলাকে কি আৰু তাইক গুৱায়? হয়, হোৱ, তাইক পাতৰ ৰিহা মেখেলাৰ সলনি এভোব গেৰুৱা কাপোৰ পিন্ধিবলৈ দিয়া। সা-চাৰ আৰু তাইৰ সকাল কি? তাই যে বিষৱা। এসাজ তাইক মানে ভাত খাবলৈ দিয়; নাই মই চুবলৈ নিদিব।। সি যে মহাপাপ। তাইৰ খোৱা-লোৱা পিন্ধা-উৰাৰ ৰে দিন উলিল। তাই যে বিষয়। তাই গোসাঁইৰ নাৰ লবলৈ দিয়া। গুলা কৰিবলৈ লগাই দিয়। তাই একাদশী কৰক, ব্ৰত কৰক, কীৰ্ত্তনৰোৰা প ৰামায়ণ পঢ়ক, মহাভাৰত পঢ়ক; ঘৰৰ বাৰি কৰক; শাক পানি ফুট; নজ-খড়া কৰক; বোৱা-কা কৰক। এইবিলাক ৫
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৩৮৭
অৱয়ব