পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৩৮৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


বাহী। [ ১ম বছৰ, ১১শ শশী যাই বিচাৰালত থাই বিচাৰকৰ বিতোপন বিচাৰ মোৰ মহা দোষৰ আজি বিচিত্ৰ দণ্ডৰ বিধান হল। সেই হে আজি এইকুৰা বিষম শোফাগ্নি মোৰ বুকুৰ মাজত দু-হু কৰি তুলিব লাগিছে। | মোৰ অন্তৰাৱাই অলনি পোৰণিত তত নেপাই অনন্ত মহাপুৰুষৰ ওচৰত কৃপা ভিক্ষা কৰিবৰ অৰ্থে পৰম হেপাহৰে দেৱকান্ত চকুৰ লো টুপিক দু ধপ কৰি পঠিয়ায়, আৰু যোক মহাশোক সেই কালকিয়ে আজ বাটতে তাকে আটকি ৰাখে! উঃ! মোৰ শোক কি থু! কি বিষম সাহ! কি দুৰ্জয় পৰাক্ৰম! দেৱ দূজো ছাৰ হাতত আজি বন্দী। মোৰ ধুতিকা আজি বিষৱা। যুতিক কোন জানিছ? ঘূতিকাই তোমা- লোকৰ এই পোকপলীয়া নৰাথষৰ পৰম মৰমৰ একমাত্ৰ কন্যা। বাপে- কৰ বুকুৰ কলিজা, হিয়াৰ আগ-মঙহ, বৰ আদৰৰ, অতি চেনেহৰ, বৰগৰ নুষ, মোৰ যুতিকাই বাট হোৱাই কেনেবাকৈ মৰ্ত্যলোকলৈ আহি এই অহাৰ বৰ গুৱনি কৰি আছিল। মোৰ জ্ঞানকৃত পাপৰ প্ৰতিফলত আজি সেই স্বৰগৰ ফুল পাখি অকালত এ পৰিল। মোৰু ইমান যতনেৰে, ইমাম হেপাহৰে সজোৱা ফুলনি বাগিছাখনি লেৰেলি পল। মোৰ সুখৰ বেলিয়ে ভাটী দিলে! মোৰ দুখৰ সন্ধিয়া লাগিল! কেতিয়া, ভগবান, কেতিয়া মোৰ এই শোকৰ নিশা পুৱাৱ? মই নিজকে নিজে এজন শিক্ষিত জন বুজা মানুহ বুলি পৰিচয় দিও। দেশৰ ভিতৰত ময়য় এজল যুথিল মানুহ। সমাজসংস্কাৰক আৰু দেশে- ৰকৰ লৰ আগ শৰীতে ময়ে। দেশৰপৰা কুসংস্কাৰ কুচাৰ উলিয়াই দি তাৰ থলত সুনীতি বিধি থাপন কৰাটো যুগুত প্ৰমাণ কৰি দীঘল দীঘল বক্ততা কৰা আৰু প্ৰবন্ধ লিখেতাসকলৰ মাজত মোৰ নামো প্ৰসিদ্ধ। মোৰ ওচৰত অনুগ্ৰহ প্ৰত্যাশী পাৰিষদসকলে মোৰ এইবিলাক দেশৰ হিতাৰ্থে কৰা কাৰ-কাজৰ উল্লেখ কৰি যেতিয়া মোক বঙ্গদেশৰ প্ৰাতঃ পীয় স্বৰ্গীয় ৰা ৰাষোহন ৰায় আৰু পুন্যশ্লোক ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ শগত তুলনা কৰে, মই তেতিয়া আনন্দতে মগন হৈ নিজকে নিজে বৰ ডাঙৰ