পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৩৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শাহিন, ১৮৩২] সম্পাদকৰ চৰা ইমান সৰু দেখে যে তাৰ কোনোবোৰ ভালকৈ মণিষই নোৱাৰে। ইয়াৰ যাই সহজে অনুমান কৰি লব পাৰি যে সেই সুবোৰ আমাৰ পৃথিৱীৰপৰা কি ভয়ঙ্কৰ গতিত আছে। বিজুলী-ডাকৰ বাতৰি এটা গোটেই পৃথিবী ন এক.চেকেণ্ডত ৭ই বাৰ ঘূৰি আহিব পাৰে। সেইদেখি বৰ, ক্ৰেতা স্কুলত ৰাৱণ সীতাক এৰি দিয়া বাতৰিটো যদি নাই কাজে টেলিগ্ৰাফ কৰি" সেইবোৰৰে কোনোক সূৰ্য- লোত থকা পিতাকে দশৰথলৈ পঠিয়ালেহেঁতেন, তেন্তে সেই বাতৰিটো লৈ গৈ আজিও আদখিনিমান বাট হে পালেগৈহেঁতেন! জ্যোতিৰ্বিংসকলে কয় যে সুযেৰ নেবুলা (Nebula) অৰ্থাৎ নীহাৰিকাৰ পৰা উৎপন্ন হৈছে। তেওঁলোকৰ মতে, আবিতে বিসংসাৰ বাশময় সূক্ষ্ম ভূতত বিলীন আছিল; তাপ বিকিৰণৰ দ্বাৰাই কমাৎ তাৰপৰা সুধবোৰ উপজিল। Spectrum analysis অৰ্থাৎ বন্সি বিশ্লেষণ যাই জনা গৈছে যে হাইস্ৰোজ, হিলিয়ম, অনি আদি বাপৰ খাৰাই এই নেবুলা অৰ্থাৎ নীহাৰিকাৰবোৰ গঠিত। প্ৰথমতে সূৰ্য্যৰ জন্ম নীহাৰিকাৰ পৰা। ৰেডিয়মৰপৰা যেনেকৈ অনবৰত ৰশ্মি বিকিৰণ হব লাগিছে, নীহা- বিকাবোৰৰপৰাও সেইদৰে গং-হৃষ্টিৰ পদাৰ্থ বিকিৰ হব লাগিছে। প্ৰকৃতিৰ নিয়ম অনুসাৰে জগতত পজিটিত (Posive) আৰু নেগেটি ( Negative) নামে দুটা শক্তি আছে। ইলেকট্ৰিচিটি (Electcitriy) অৰ্থাৎ বিজুলীৰ বিষয়ে চৰ্চা কৰা সকলে পজিটিভ আৰু নেগেটিভ ইলেক্ট চিটিৰ কথা জানে। এই দুটা বিপৰীত পাৰ্থই পৰম্পৰ আকৰ্ষণ কৰা কথাও তেওঁলোকে জানে। নীহাৰিকা নামৰ নতন্তুবোৰে ইটোৱে সিটোক আকৰ্ষণ কৰে। সেই আকৰ্ষণৰ বাবে সেইবোৰৰ ভিতৰত ভয়ানক খুলা লাগে। সেই খুন্দহ প্ৰচণ্ড উত্তাপৰ জনম হয়, আৰু সেই মদ্যপ একোডোখৰ এৰাই চিটিকি পৰি প্ৰবল বেগেৰে ঘূৰিবলৈ ধৰে। সেইদৰে এৰাই পৰি ঘূৰি থকা সেই ডুখৰীয়া পাৰ্থবোৰ কালক্ৰমত অলপ অলপকৈ চেষ্টা হৈ কুচি আহি একো একোটা সুৰ্যত পৰিণত হয়।