সমললৈ যাওক

পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৩৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

এথম বছৰ আহিন, ১৮৩২ কি। ১১ সংখ্যা মই। সংসাৰ মোৰই পৰ্ণ দেখো, আছে। মাথে। নিৰঞ্জন শই। নাই তুমি কেওঁ আৰু নাই, পাৰা যদি হোৱ। মোতে লয়। মই মই মই মাত্ৰ বিপুল সংসাৰে, মই মই মই বুনো বাজিছে প্ৰাণৰ বীণা গান, মুই বিমা আছে যে কি গুণ। সুখ সুখ বুলি বিয়াকুল ন, নাপায় দুখৰ বুজ। বিচাৰি নাপায় আছে হাতেই, সুখ নোহে ইটোগতৰ ব সুখ যে যাৰ বিত। মনৰ তলিৰ পৰাই হে লুকায় বা বালিত। আশুহেল। দিনৰ দিনটো পি মিছা তাবাত, সন্ধিয়া উচুপি উঠি বহিলে। শয্যাত। সকলো ওলটে দেখে। বিশ্ৰাম বিচাৰি, সামৰি দিনৰ কাম সৰি গৰি। এগৰ নিৰাৰে আহি ৰাধা মাৰিলে, জীৱনত পোহৰৰ বাকী যি ছিল। এতিয়াও দিব পাৰে।গোটেই জীৱন, যদি ঘুৰি পাওঁ বা নোক একশ। এষাৰ আগৰৱালা।