জা, ১৮৩২ ] বৰত চাহ এটোপাকে ছুইছিল; এনেকি, পছত তেওঁকৈ নীই এক কোনো মানুহৰ লগত ভালকৈ কথা-বাৰ্তাকে নেপাতিছিল; থাকলেও কেতিথ্য অঠাইত জোৰ দি অলপ “যকিমী কায়দা" এটাই খাঁৰে-সুস্থে কৈছিল। এইবিলাক স্বত্বেও কিবা এখন চাহ বাগিছাৰ • উকা কি ১ টকা ৰূপ দৰমহা পোবা কোনোবা এজন কেৰাণীৰ লগত কিবা কাৰণ তেওঁৰ বৰ মিল হৈছিল। সেই কেৰাণীজনৰ ঘৰলৈ তেওঁ যায়ে, হাত পায়ে। কোলে জানে, “হাকিমী মিজাজ” কথা? শায়েৰী কৈছে— | লোকোৰাণাং চেংলি কে বিভুতি।" আৰু আচৰিত কথা;-এদিনাখন এই কেৰাণীৰ ঘৰলৈ গৈ ৰমোনে তেওৰ ৰেতে খালেও, আৰু ব্যতিটাও কটালে। পাছ দিনা পুৱত আহিলত, কেৰাণী আৰু তেওঁৰ ঘৈণীয়েকজনাৰ ভিতৰত এনে কথাবাৰ্তা হৈছিল বুলি জনা যায়। ঘৈণীয়েক, আমাৰ ইয়ালৈ কিম ইমান নাই বা কেলেই থাহে? কেৰাণী কি নো বেয়া পালা? তেওঁ আন কাৰো নঙলাৰ মূৰতে | গুৰি নিদিয়ে। আমাৰ ইয়ালৈ আহিল কি হল? ঘৈ।-আমি বীয়া মানুহ। চ-পত্ৰ বহুতো হয়। নহায়ে হে ভাল।
- -এ কি খৰচৰ কথা কোৱা আমাৰ ইমান খাটি দেখা নাই নে?
থৈ-এক খাটিৰ তেও হে! হাকিম আৰু আহিব নেলাগে। আপুনি যি প্ৰকাৰেইক হাকিমক বুজাই দিব যে তেওঁ আহিলে আমি ভাল নেপাওঁ। কে?- এইবোৰ কি মায়া হে তোমাৰ। তেনে কথা কি কোৱা? খৈ মোৰ কথামতে নো আপুনি এটা চাষে নকৰে নে? মই কেছে। বুলিয়েই ক। কো-গামাক হলে তেতিয়া বৰ ভাল বুণিৰ নহয়? -ৈতেওঁ বেয়া বোলাটো বাৰু থৈ দিয়ক। ককচোন খানি কৰ | নে নক? নেমাছি খালি দেখেন? মোৰ শপত। শেহৰ কথা আষাৰ কান্দোনৰ পুৰত ৰেন ব্যক্তি ছিল। আৰু ভ$ একে চাৰে উঠি গৈ অৰৰ পিৰালিত ফেকুৰিবলৈ এৰিলে। কোণীয়, “ও আই এইটাও কিবা দায় লগা কথা হল নে? আই সুঙ্গা। আই।! ক খাৰু, তুমি নেকালিবা।” এই বুলি ঘৈণীয়েকক তত এৰি ভিতৰলৈ লৈ আহিল। শৰৎচন্দ্ৰ গোস্বাৰী