৩২৪ [১ম বছ, ১ম সংখ্যা কি কণালে; কিন্তু ৰাতি তামোল-টা জগত-সোৱ। সেই গুণ- গুণনি ডাক্তৰ আৰু বৰহৰীৰ কিৰা কথাতে নোহোৱা হল। ইয়াৰ তিন দিনৰ পিছত ডাক্তৰ বাৰলৈ ওলাল। জাহাজ বাটলৈকে তিনি মাইলমান বাট। তাত গৈ মাইকী মানুহ দুজনীক তুলি বইব তোলা যাতে আহুকাল হব বুলি ভাবি জাহাত উঠেতে সহায় কৰিবলৈ ডাক্তৰে এজন মানুহ বিচাৰিছিল। ওচৰতে হোমোৱেই “ফেল” হৈ এই কেইদিন মিছাতে হে বহি আছে দেখি বৰহৰীয়ে হেমোকে যাবলৈ কলে। ৰং মনেৰে হ’ক, খং মনেৰে হ’ক, বাইছিকোখনত উঠি হেমো জাহাজ ঘাটলৈ গৈ ডাক্তৰক সপৰিবাৰে আহাজত তুলি দিলে। অলপ পাহুতে হাজ এৰি দিলে। | হেমোৱে বাটত থিৰ হৈ জাহাজখনৰ ফালে অলপ পৰ চাইছিল। সক- লোৱে চায়। দুটি চকু তেওঁৰ চকুত পৰি, আৰু দুয়ো অলপমান পৰ চকুৱে চকুৱে চাই ৰল। সুভাই যেন এবাৰ চকু মোহাৰিলে। এনেতে জাহালেও পা। দুয়ো নেদেখা-নেদেখি হল। উভতি আহোঁতে হেমোক বাটত বুঢ়া বৰুৱা ডাঙৰীয়াই লগ পাই বৰ বিষন দেখি কলে, “ফেল হলে, বোপ। ইমান দুখ কৰিব পায় নে? এইবাৰ ভালকৈ পঢ় পাছ হবি।” ইয়াৰ পাছত বহুদিন গল। হেৰো সেইবাৰ “ফেইল” হলেও, তাৰ পাছত ভালেমান বছৰ তেওঁ ঘহি পিহি বি, এ লৈকে পাছ কৰি জীৱনৰ মহৎ উদ্দেশ্য সাধলে। বৰ মৰীৰো বহুদিনৰ আশা পূ হল; তেওঁ বংশীধৰ সু- পৰ জীয়েকক হেমোলৈ বিয়া কৰাই আনিলে; আৰু বৰ চাহাবৰ অগ্ৰত হেমোক পোনহে চডিপুটি কামটোতে মাই দিলে।কপালীৰ কপাল! ডাক্তৰৰ হলে আমি আৰু বৰ নেপালোঁ। তেওঁ বদলি হৈ তাৰপৰা আৰু কলৈ গল আমি তাৰ ভু ৰাখিব নোৱাৰিলে।।। মোন সকলোৱে হাকিম বুলি মাতে। আৰ কায়দাও" তেওঁৰ ফিশী। তেওঁ তেওঁকৈ নীং পদৰ কোনো শানুহৰ ঘৰলৈ নগৈছিল; কাৰো
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৩৭২
অৱয়ব