বহী। {১ম বহু, ১০ম সঃখ্যা হপিবলৈ ধৰিলে; তাৰ পাছতে হাতত লাখুটি লৈ লগৰীয়াৰ লগত ষাটে ৰাটে ফুৰিবলৈ ধৰিলে; আৰু তাৰ পাছত পঢ়া বা খেলাৰ দুলতে আনুষঙ্গিক দুষ্টালিব্যেৰত যোগ দিবলৈ ধৰিলে। কিছুমান দিনৰ পাছত স্কুলত “টেষ্ট” পৰীক্ষা হল। হেড মাষ্টৰে বৰমহৰীৰ খাটিতে হ’ক বা কাৰ্যাৰুৰোধতে হ'ক, বা পৰীক্ষাৰ ফল চায়ে হক হেমোক এন্টে ঞ্চ পৰীক্ষা দিবলৈ এলাও কৰিলে। হেমোৱে
- এঞ্চে” পৰীক্ষা দি ঘৰলৈ আহিল , নিয়মমতে, এতিয়। হেমোৰ বিয়া
হোৱা উচিত। ডাকৰণী আৰু বৰহৰায়ণী দুয়োৰে৷ বৰ ইচ্ছ৷ যে এই বিয়াখন হেমো আৰু সুভাৰ ভিতৰতে হয়। ইফালে ডাক্তৰৰ ইচ্ছা, তেওঁ এজন “গ্ৰ্যাজুৱেট” জোঁৱাই পাশে ভাল। বৰমৰীৰে আকৌ চকু মৃঞ্চপৰ জীয়েকহ হে। তেওঁ হেনো মনে মনে প্ৰতিক্ষাকে কৰিছিল যে মুখুৰ জায়েক নহলে তেওঁ লৰালৈ বিয়াকে নকৰায়। সেই অৰ্থে তেওঁ ঢেৰ “মোগাৰ-ঘ" ও কৰিছিল। বিয়াৰ কথা উলিয়ালে, বিয়া ইবখোলা আমাৰ দৰা-কন্যাৰ কথা নোকোৱা হে ভাল; কাৰণ, তেওঁবিলাক বিয়া কৰাবৰ বা সেখাৰ হে পাত্ৰ। বাদ-বিচাৰ বা ইচ্ছ। অনিচ্ছাৰ বিষয়ে বিবাহ আইন অনুসৰি তেওঁ- লোক একে স্বত্ব নাই। তথাপি যদি নগণ্য সেই পুতানুটিৰ কিবা কথা কোনোবাই শুনিব খোজে, তাত নে৷ আমাৰ নিচিনা সত্য-ভব্যৰ আপত্তি | হেমোৱে হলে কেতিয়াবাৰেপৰা ভাবিছিল সুৰ লগতে তেওঁৰ বিয়া ২. সুভাগ্নে যে এই কথ নেতাবিছিল, তেনে কথা ডাঠি কব নোৱাৰি। দুয়ো ডাঙৰ হোৱাত, হেমোক দেখি সুভা কেতিয়াবা ৰঙা পৰি উঠা আৰু খাটগি যাওঁতে হেমোৰ ফালে নেদেখাকৈ বেৰৰ সুইদি চাই থকা প্ৰভৃতি কেতবোৰ কথা লৈ সমনীয়া ছোৱালীবিলাকে প্ৰায়ে আলাপ কৰিছিল বুলি কয়। আগৰ কথা বি ইক, যেতিয়া ডাক্তৰণী আৰু বৰমহৰীয়ণী দুয়ো ঠিক একে তালে একে চেৱে একে কথাকে লৈ তোলপাৰ লগাবলৈ