পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৩৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কবিতাৰ জন্মোৎসৱ। “There is a pleasure in poetic pains whicli only poets know. Cowp, কাৰ্যৰসে লেটিপেটি কবিতা অৱল, | আছিলি যে ক'ত মে ফাই? আমিলে। নহয় টানি চিঞাহি কাপেকে; কাকতত থলে। সুমুৱাই। মনে মনে থাক তই পেটৰ মাজত নিমাতী কৃষিৰ নিচিনাই, বান চৰি গ'লে ম-কামোৰত দিয় যে তত হেৰুৱাই। তই যে আছিলি মোৰ পেটৰ মাজত, বহু আগে গম পাইছিলে।। নানান জুলাপী-পদ্য সেবি সযতনে আজি তোক উলিয়াই পেলালে।। পেটৰ মাজত মোৰ জিলিকি আছিলি গোবৰত মুকুতাৰ দৰে; ফি বুলিব মোল তোৰ কুকুৰা চৰায়ে? শোতে যদি পিঙ্কে হে খাৰে। সাৰ্থক নয়ন মোৰ সাৰ্থক জনম! দেখিবলৈ পালে। আজি কে; নমামি জুলাপী-কাব্য চোতালকল :-- উলিয়ালা কবিতা পোক। উমেশচত কৰা।