১৮৩২, ভাদ] অসমীয়া গৌৰীপুৰত বঙ্গ সাহিত্য-সতা ৩১৫ যুপত” সুমাবলৈ, আৰু আনন্দৰাম ফুকন, হেমচন্দ্ৰ বৰুৱা, গুণাভিৰাম বৰুৱাৰ কিতাপবোৰ বৰ্তমান যুগত সুমাবলৈ দীনেশ বাৰুলৈ পঠিয়াইছে নে নাই কৰ নোৱাৰে; নাই পঠিয়া যদি খকৈ পঠিয়াও; নইলে চীনেশ বাৰুৱে যেনেকৈ দুমিয়াইজে-- “আসামে প্ৰাচীন কৰিগণেৰ বিষয় আমৰা সম্পূৰ্ণ জাত নহি; তাহাদেৰ বিবৰণ পাইনে আমৰা এপুস্তকে লিপিবদ্ধ কৰিখে প্ৰস্তুত আছি", তেওঁৰ আগেয়ে যদি আন কোনো সাহিত্যিক আচাৰ্য মহাশয় বা ভট্টাচাৰ্য্য মহাশয়ে সেই কাম কৰে, তেন্তে সেইজমে ভিজ্যা- বিনোদ মহাশয়ৰ আগেয়েই প্ৰবি ” নাম লাভ কৰিব। সেই দেখি ইংৰাজীত কবৰ নিচিনা "Take time by the fore lock. " ইহ ধৰিব খুগিলে শুই থাকিলে নচলিৰ, সোনকালে পাত্ৰোখান কৰাই ক ব্য, ঘটনাৰ গঢ় যেনে দেখছে, আমি হলে সকলে আশাৰ মুৰত পানী এচলু দিলোৱেই আমাৰ অনন্ত ৰামায়ণেৰে সৈতে অমত কলিক বলা সাহিত্য মহাৰখী দীনেশ বাবুৰ বস্ত্ৰলেপ গাঁঠিৰপৰা আমি এৰুৱাই আনিব নোৱাৰিমেই হল! অসমীয়াই বঙ্গালী "স্যাৰ নাইট” (Sir Knight) সকলৰ হাতৰপৰা সেই চকুৰ-শো-টোকা কানা-মুৱা ফন্যাক (weeping damsel) কিজানি এইবাৰ উদ্ধাৰ কৰিব নোৱাৰিবই। হে হৰি! হে কেশৱ! নতুন-বঙ্গালী-সাহিত্যিক- সক-নৃহকসকলে চৰ্জন কৰা অহাপ্ৰলয়-পয়োধি লৰপৰা অসমীয়-সাহিত্য-যে আ বামায়ণ পুথি উদ্ধাৰ কৰিবলৈ আৰু এবাৰ মংস্য-অৱ তাৰ ধৰ! নতুবা অনন্ত ৰামায়ণ গল। টু যি হওক, কলা ডাৱৰৰ কাষতে এটি পোৱালি ৰেখ আছে। বিদ্যাবিনোদ মহাশয়ে কৈছে—আমাদেৰ আসাম-বাস। বন্ধুগণ অৱশ্য দেশবৎসলতা দ্বাৰা পৰিচালিত এবং মতৃভাষাৰ প্ৰতি স্নেহপৰায়ণ হই- যাই আপনাদেৰ স্বাতন্ত্ৰ্য বজায় ৰাখিতে চেষ্টা কৰিয়াছেন। তজ্জন্য তাহাদিগকে দোষ দেওয়া যায়না। অতি দুৰদশী ইয়া আপাতস্বাৰ্থ কেই বিসৰ্জন দিতে পাৰেনা; এবং সকলেই নিজেৰ বিষয়ে পক্ষপাতী হয়, ইহা অত্যন্ত স্বাভাবিক। তঁাৰা এখন অসমীয়া ভাষা যদি বধা গ্ৰহণ কৰুণ, সে কথা বলিতেছিনা।”
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৩৬৩
অৱয়ব