৩১৪ | বাহী। [৯ বছৰ, ১ম সংখ্যা মুৰ্থ লোকে নিজৰ ইষ্টানিঃ চুমুতে। মূৰ্থই নিজৰ ঘৰ নিলেও তালকৈ ৰাখিব নেজানে, পনফো ৰাখিব নিদিয়ে। সেইগো পৰোপকাৰী চুয়া- খামে মুৰ্থ গৰাকীৰ যন্তু মনে মনে নি নিজৰ ভাৱনত সাৱধাৰে বিলৈ বাধ্য হৈছিল"। মুৰ্থ অসমীয়াইও নিজৰ কবিৰ কীৰ্তিৰোৰ ভালকৈ ৰাখিব নেজানে, অথচ বঙ্গালী সাহিত্যিকসকলে সেইবোৰ নিজৰ ভাৰ- ধানত সাৱধানে ৰাখিলেও বেজাৰ পায়। এই অসমীয়াৰোৰক আৰু বলে পৰা নগশ! ইহঁতৰ লক্ষণ ভাল নহয়?- যাক শে"। | বিদ্যাবিনদ মহাশয়ে দীনেশ বাবুক চিঠি লেখি জনাইছিল যে “ক্ষন ৰামায়ণ” পুথিখন অসমীয়া, আৰু সেই পুথি ৰচেজন অসমীয়া, সেই দেখি তেওঁৰ কিতাপৰপৰা তেওঁ সেইখন উলিয়াই দিয়ক। দীনেশবাবুয়ে তাৰ উত্তৰত বঙ্গভাষা ও সাহিত্যৰ” তৃতীয় সংস্কৰণত লেখিছে -“সম্প্ৰতি যুক্ত পদ্মনাথ ভট্টাচাৰ্য মহাশয় আমাদিগকে শানাইয়াছেন যে এই অনন্ত আসাম-বাসী। ইনি অনন্ত কালী নামে আমবাসিগণেৰ নিকট পৰি- চিত। ইহাৰ ৰচিত ৰামায়ণৰ অংশ বিশ্ববিদ্যালয়ে এন্টাস পৰীক্ষাৰ জয় পাঠ্যপুস্তকে উদ্ধৃত আছে। সুতৰাং বঙ্গভাষা ও সাহিত্য হইতে হকে বাদ দেওয়া ত আমাদিগেৰ নিকট অনুৰোধ আসিয়াছে। কিন্তু যে যুগে ভাষা ও সাহিত্যেৰ ইতিহাস আমি লিখিতেছি, তখন আসামীভাখ। বাঙ্গালাভাষা হইতে পৃথক হিলনা। আজ যদি ত্ৰিপুৰাৰ কিংবা হট দেশীয় প্ৰাদেশিক ভাষাৰ আধিপত্য হয়, তবে সঞ্জয়, শ্ৰীকৰনশী প্ৰভূতি শেখকগণকে আমৰা কখনই কি সাহিত্য হইতে বাদ দিতে পাৰি? অথচ, প্ৰাদেশিষ্ণত্ব ধৰিলে তাঁহাদেৰ ৰচনাও অনন্ত ৰামায়ণ হইতে কম দুৰূহ নহে। আসামে এচীন কবিগণেৰ বিষয় আমা সম্পূৰ্ণ ভাত মহি। তাঁহাদেৰ বিবৰণ পাইলে আখৰা এ পুস্তকে লিপিবদ্ধ কৰিতে প্ৰস্তুত আছি। আসামে প্ৰতি দিন হইল বন্ধাক্ষ এবং বঙ্গ- ভাৰাৰ গৌৰধ নষ্ট হইয়াছে। কিন্তু আসামেৰ ভাষাকে কামৰ বঙ্গভাষাৰ প্ৰাদেশিকতে ভিন্ন স্বতন্ত্ৰ গা বলিয়া স্বীকাৰ কৰিনা"। ইয়াৰ পিছত শ্ৰীযুত পদ্মনাথ ভট্টাচাৰ্য্য বিদ্যাবিনোদ মহাশয়ে শঙ্কৰদেৱ মাধৱ দেৱৰ পৰিকে আদিকৰি অসমীয়া পুথিৰোৰ ধীনেশ বাবুৰ কিতাপৰ “পৌড়ীয়
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৩৬২
অৱয়ব