, ১৮৩২] অসমীয়া গৌৰীপুৰত বগলা সাহিত্য-সভা। ৩১৩ পাৰি আকাৰ কৰি অলপ ঢিলমিলকৈ অহা ঠোপনিকেৰাৰ ব্যাঘাত নকৰিলেহেঁতেন। আমি অসমীয়াই সচাকৈয়ে বুজিব নোৱাৰে। ৰে আমাক আষাৰ মাতৃভাষাৰ খলৰ হকে, পুৰুষাৰ্থ কৰা দেখিলে, আৰু সেই পুৰুষাৰ্থৰ সুফল ফলিলে, আমাৰ এশ বাণী বসকলৰ ইমানকৈ বেলাই যায় কিয়? অসমীয়া ভাষাৰ সম্পৰ্কে তেওঁলোক আমি যৎ কথা কৈছে, ভালেমান বক্তব্য শুনাইছে; আমাৰ গবৰ্নমেন্টকো কৈছে; আমাৰ কথাত সাৰ একাটো বুজি নিবাৰ্থ গৰমেন্টে আমাৰ কথা কাৰ দি আষাৰ প্ৰাৰ্থনা গ্ৰহণ কৰি আমাক সহায় কৰিছে; কিন্তু বোৰৰ কথা যে বাশী নতুন সাহিত্যিকসকলে আজিলৈকে আষাৰ কথা সাকে বিচাৰি মেপালে! তেওঁলোকে আমাৰ ভাষাৰ পিছু এতিয়াও এৰা নাই, লাগিয়েই আছে, লাগিয়েই আছে। অৱশ্যে আজিকালি তাৰে সৈতে ককালে-ককালে লাগিবলৈ তেওঁলোকে সহ নকৰি তাক লুকাই চিকুটিবলৈ ধৰিছে। আমি অৱশ্যে তাত নেলাগে, কাৰণ আমাৰ ভাষা তেনে চিকুট সহ পৰা হৈছে; মাত্ৰ তেওঁলোকক এই ফাকি হে ইংৰাজীতে কওঁ যে “minal your own business please, atnd leave us alone"। | বিদ্যাবিনোদ মহাশয়ে অসমীয়াৰ ফাললৈ টোপ এটা পেলাই জোকাৰি টকলিয়াই কৈছে – “যদি বঙ্গল। ভাষা আৰু অসমীয়া ভাষা দুইকো লগ লগাই একেটা কৰা যায়, তেন্তে সি সমীয়াৰ পক্ষে উপকাজনক হে হব; কাৰণ, তেনেহলে অসমীয়া ভাষাত ৰচিত যিবোৰ কিতাপ পপি আছে সেইবোৰ আমি বলা ভাষাৰ ভিতৰত সুৰ কাই' অৰ্থা; সুমাই লব পাৰিম , যেনেকৈ "বাঙ্গলা ভাষা ও সাহিত্য" কিতাপৰ লেখকে “অনন্ত ৰামায়ণ' ৰ হুকওঁ। অনন্তকলি কোন দেশৰ মানুহ আছিল সেইটো ছু নেই “অনন্ত ৰামায়ণ” পুথিখন স্বচ্ছন্দে বঙ্গল। তাশাৰ কিবা কৰি লৈছিল।" | তাহানি “মিলাৰামৰ অত্মজীৱন-চৰিতত পঢ়িছিলোঁ যে চুৱাৰাম নামে তেওঁৰ এজন “উপৰি পুৰুষে” “লোকৰ বই-বস্তু তদাৰক নোহোৱাকৈ আলৈ আখানি হৈ পৰি থকাটো সমূলি সহিব নোৱাৰিছিল। তেনে দেখিলে সেই বস্তু তেখেত স্বহস্তে তুলি লৈ আহি নিজৰ ঘৰত সাৱধানে থৈ দিছিল।
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৩৬১
অৱয়ব