বহী। ১৭ বহ, ১৭ সংখ্যা। এগৰাণী। এইখন পে নয় দেখে, কিবা ঠেটা-মঙ্কলহে। পে সফৰিলে যদি ডাঙৰ মানুহ এ নােৱাৰি, আৰু বা ফুকনৰ লৰাৰ শাৰীত চলিৰ শােৱাৰি, তেন্তে তুমি কাইলৈ গৈ কেনেকৈ পেম কৰে, উকিল ডাঙ- গীয়া ভালকৈ কুবি শিকি আহ; এইখন অলিয়া-বলিয়া গাই নাকি।” | গৰা। পিয়া কি কৈছা। মই কি বলকিছে। পেমিক কবিয়ে গৰ কৰি পেম ভাবত বুৰি থাকিলেহে সচা পেম হয় বুলি মােক উকিল জাঙৰীয়াই ভালকৈ বুজাই কৈছে। পিয়া, তােমাৰ মউ যেন মাতে মােৰ যাণৰ ইটা বিয়া তৰি গৈছে। এই পেমৰ শুনিব বাহিৰে আন একো মিবলৈ পােৱা নাই আৰু নুতননা। এগৰাণী। মই এইখন তােমাৰ কাকতি বুজিলে। এতিয়া। মােক যেটা-মঞ্চৰা কৰি ৰং চাবলৈ তুমি আজি বুধি কৰি আহিছ? মই একেষাৰ ভাঙৰকৈ ৰাত মাতিলেই ৰামুই গৰুৱাগালী বুলি মােক গালি নপৰাকৈ নথকা মানুহটোৱে আলি মােৰ মাতত মৌ পালে! এনেধন ঠেটা কবি থাকিব নালাগে, লোটত গৈ কৰিব গৈ, ইয়াত নহয়। মই উঠিলোঁ।" | জগৰা বা পিয়া না । বিৰহ-অগণিয়ে মােক পুৰি মাৰি, মই সহি নােৱাৰিম, মােৰ প্রাণ যাব। নিচগীৰ মাক চৰ-বন্দনী। মই তােমাৰ চৰণৰ নিকিনা গােলাম! মােক তােমাৰ ৰঙা চৰণত ঠাই দিয়া।” এই বুলি পৰাই ৰাণীৰ ভৰিত পৰিব খােজোতেই জগৰাণী একে- চাবেই উঠি আঁতৰি; আৰু গিৰিয়েকৰ গতি দেখি তাই ভাবিলে যে নিশ্চয় গিৰিয়েকে আকিবা ভাং খুত খাই আহি এই বলিয়ালি কৰিছে। ইমাকে মনত শিক কৰি গৰাণীয়ে লৰালৰিকৈ গৈ একলহ পানী আনি, সােধ-পােত নাই পাৰ খুৰ হৰকৰে ঢালি দিশে। জৰা নির্বাক। নেহয় এগৰাই ভিিি িিক একোকে নামাতি গা িতিত' চুৰিয়া শলাই পাটীত পৰিল; আৰু শৈীমকে লৰালৰিকৈ এখুৰি তেল-পানী আনি জগৰ মূৰত থপিয়াই দি বিনিৰে বিছিবলৈ ধৰিলে। | গৰাই কিমান পৰ খােৱাপাচাই চলক মাৰি পৰি থাকি মাত লগালে নিয়ে নিলীৰ মাক মই বলিয়া হােৱা নাই, হ ত নাথাবি। যি , এই এই কাকো নকৰি। মই তেৰে মূৰখােৱা শপ কৈ , গ এনে কাৰ নকরে। সােথ বেয়া।
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৩৬
অৱয়ব