পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৩৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দ, ১৮৬২। অসমীয়া গৌৰীপুৰত বগলা সাহিত্য-সভা। ৩১১ (by Mrs. Cutter, t844) Vocabulary in English & Assamese (by Mrs. wood, 1s64, “অসমীয়া ইংৰাজী অভিধান (by Dr. Brown, t867), যাইবোৰৰ ভাগুলি, “পি,মি, এগ্ৰেফ" ইত্যাদি প্ৰকাশ শিত হৈছিল। যদিও আমেৰিকাৰ মিচনৰিসকলৰ মত এইবোৰ থৈছিল, তথাপি সেই কাৰ্যত অসমীয়াৰ লেখা পঢ়াৰ বাই সহায় তেওঁলোকে নোপোৱাইছেন সি অসম্ভৱ হলহেঁতেন। অসমীয়া ভাষাৰ প্ৰথম তিন (বহুৰ ক্ষয় প্ৰণীত) সেই কালতে ৰচিত হয়। তেতিয়াৰেপৰা আজিলৈকে, স্বপনৰ অভিধান, হেমচন্দ্ৰ বৰুৱাৰ “হেমকোষ", কাশীনাথ মুলী ফুকনৰ বুৰঞ্জী" গুণাভিৰাম বৰুৱাৰ "বুৰঞ্জী”, হেমচন্দ্ৰ বৰুৱাৰ অসমীয়া ব্যাকৰণ, আনন্দ- ৰাম ঢেকিয়াল ফুকনৰ অসমীয়া নাৰ মিত্ৰ", “আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন-চ", বাহিৰে ৰং চং খিতৰ কোৱাভাতুৰি" *কানী- মাৰ কীৰ্ত্তণ", লম্বোদৰ বৰাৰ “শকুন্তলা', সতানাথ বৰাৰ “সাহিত্য বিচাৰ, চেক পিয়েৰৰ কমেডি-ব-ৰচৰ সুৱলা ভাঙনি "বঙ্গ" নীকান্ত বৰদলৈৰ “মিৰি-কিয়ৰী, হেমচন্দ্ৰ গোস্বামীৰ “ফুগৰ চাকি,” বেণুধৰ ৰা- খোৱাৰখিমী তিনোতা,” “অলি" "সাদৰী" ইত্যাদি অনেক কিতাল সচিত্ৰ “অৰুণোয়’ (১৮৩৬ খৃষ্টাব্দ), “আসাম বিলাসিনী,” “আসাম নিউ", আসাম তৰা,” “জোনাকী” “বিজুলী, ইত্যাদি ওখ খাপৰ কাকত, কত ছাপা হব লাগিছে, তথাপি পঙ্গুৰুৱে কয় বোলে নৰনাৰায়ণ নাৰ মোৰপৰা অসমীয়াই হাত-মাটি বহি আছে। অৱশ্যে নানা কত, যিবোৰৰ ওপৰত আমাৰ হাত নাই, আৰু যিবোৰ বিষয়ে এই প্ৰবন্ধ উতে কৰাৰ সকাম নাই, অসমীয়া সাহিত্যই ওচৰৰীয়া বদলা সাহিত্যৰ সমান উন্নতি কৰিব পা নাই কিন্তু সেইবুলি যে অসমীয়া সাহিত্যই নি সাধ্যমতে আৱাবলৈ পুৰু- যাৰ্থ কৰা নাই এনে নহয়। অসমীয়া সাহিত্যসেবীসকলৰ এহাৰীয়া খনৰ সুফল নিশ্চয় ফলিয়াইছে আৰু আগলৈ আৰু ভালকৈ ফলিয়াব। সদয় ইংল যিৰ চড় মনে কৰ,-Bengali has thus had the advantage of being for nearly half a century the only officially recognized language in the Valley, and for nearly three-quarters of a century the only medium of