পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৩৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাদৰ ১৮৩২ ] অসমীয়া গৌৰীপুৰত বঙ্গল। সাহিত্য-সভা। ৩০৭ চন্দ্ৰ সূৰ্য আদি সৰে। পদাতিক হয় শেষ সঙ্গে মিলি বাজায় বাজাৰ। আপুনি চণ্ডিকা দেবি | হি হৈল হায়াবিবি পদ্মবতী হল্য বিবি মু। জতেক দেবতাগণ হয়। সতে এক মন প্ৰবেশ কৰি পুৰ। ১০ দেউল দেহাৰা ভাঙ্গে | কাড়া ফিতা পায় বলে পাথড় পাড় বোলে বেল। ধৰিয়া ধৰ্ম্মেৰ পায় | ৰামাঞি পণ্ডিত গায়। ইবড় বিসম গণ্ডগোল ৪১১ ওপৰত তুলি দিয়া এইডোখৰলৈ চাই দীনেশ বাবুৰ লেখিছে-

  • কোন ঐতিহাসিক মুসলমান উপদ্ৰবকে লক্ষ্য কৰিয় এই কবিতা ৰচিত

হইয়াছে তাহা বলা যায় না; কিন্তু ব্ৰাহ্মণগণকৃত অত্যাচাৰেৰ প্ৰতিশোধ মনে কৰিয়া পদ্ধৰিা (বৌদ্ধগণ) যে হিন্দু দেবশি প্ৰভৃতি উপৰ উৎপাত দৰ্শন হৃষ্ট হইয়াছিলেন, তাহা পাই বোঝা যাইতেছে।" ৬৩ পৃষ্টাব্দত লিফা ওমৰৰ সেনাপতি ওচমানে প্ৰথমতে ভাৰত আক্ৰমণ কৰে। তাৰ পিছৰ ৩৬ বছৰ কালত আৰবী, তুৰ্ক, আৰু পাৰসীয় মুছলমান বীসকলে ৰে ভাৰহবৰ্ষ আক্ৰমণ কৰা নাছিল এনে নহয়; কিন্তু সেই আক্ৰমণ সিন্ধুদেশ আৰু পঞ্জাবৰ পশ্চিম ফালতে পাব আছিল। ঘজনিৰ মামুদে ভাৰত আক্ৰমণ কৰে ৯৯ পৰা ১০৩৩ ষ্টাব্দলৈকে। তেওঁ বঙ্গদেশৰ ফালে অহা নাই। মহম্মদ ঘৰীৰ সেনাপতি বক্তিয়াৰ খিলিয়ে বঙ্গ জয় কৰে ১২৩ খৃষ্টাব্দহ। তেতিয়া লক্ষণাৱতী বঙ্গদেশৰ ৰাজধানী আছিল। আফগানবিলাকে লক্ষ্মণাৱতীৰ নাম সুলাই নি দেশৰ নগৰ বুৰ’ বা ‘গৰৰ আৰ্হিৰে গৌৰ বা গৌড় দিলেসেইদেখি স্পষ্টকৈ দেখা যায় যে এয়োদশ শতিকাৰ আদিত হে হিন্দু মৌল দেৱালয় ভঙা মুছলমানবিলাকক বাণীয়ে বলেনত দেখিবলৈ পাইছিল। তেনেহলে “একাদশ শতাব্দীৰ প্ৰথম ভাগে বিদ্যমান থকা বাণী মাই পণ্ডিতে তেওঁৰ পুৰাণত মছলমানৰ সেই উপৱৰ বিষয়ে