পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৩৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া গৌৰীপুৰত বজলা সাহিত্য-সভা। শু পুৰাণখল হেনো প্ৰায় হাজাৰ বছৰৰ আগেয়ে ৰচিত। আমি পুশ পুথিখন দেখা নাই, সেইদো তাৰ বিষয়ে বিশে একেক নোৱাৰে। বাবু দীনেশচন্দ্ৰ সেনে তেওঁৰ ভাষা ও সাহিত্য” কিতাপত শত পুখ। বিষয়ে এইদৰে লেখিছে।–“ইহা ৰামাই পণ্ডিত যিচিত। ... বাঁকুড়া জেলাৰ অন্তৰ্গত ময়নাপুৰ গ্ৰামে মাত্ৰালিখি যায় না যে বাকু প্ৰতিষ্ঠিত আছেন ৰামাই পণ্ডিতে বংশধগণ এখনও সেই মেষ-মশিৰে পৌৰোহিত্য কৰিয়া থাকেন। ... মাই পণ্ডিত মহাৰাল বিতীয় ধৰ্ম্ম- পালৰ ৰাজত্বকালে স্বীয় একাদশ শতাব্দীৰ প্ৰথম ভাগে বিমান ছিলেন। তিনি বৌদ্ধ ধৰ্মে বিকৃতপ পূজাৰ একজন প্ৰধান পাতা ছিলেন। ... সত্য, যেতা, ছাপ ও কলি—এই চাৰিযুগে ধৰ্মপূজাৰ চাৰিা সৰ্বশ্ৰেষ্ঠ পাতা ছিলেন বলিয়া উল্লিখিত আছে। সত্যযুগে যেই পণ্ডিত, গতি সংখ্যা ৪০*; স্থাপৰে কংসাই পণ্ডিত, গতি সংখ্য! ১২০০; এবং কলিযুগে ৰামাই পণ্ডিত, গতি সংখ্যা ১৬•• ••• ৰাষাই পণ্ডিত ৮ বৎসৰ বয়ঃক্ৰমকালে বিবাহ কৰেন। তাঁহাৰ পুত্ৰ বাসে চাৰি পুত্ৰ -মাধব, সনাতন, খ্ৰীধৰ ও সুশোচন ” ৰামাই পণ্ডিত হেনে “ভোম পণ্ডিত” অৰ্থাৎ তোৰ বামুণ আছিল। শূক পুৰাণৰপৰা যি কেইডোখৰ দীনেশ বাবুৱে তেওঁৰ কিতাপত ফুল দিছে, সেই লেখা পঢ়ি আমাৰ মনত নানা ভাবে খেলাইছে, যাৰ বিষয়ে আমি এতিয়া এই প্ৰবন্ধত খাতাকৈ কোনো কথা কবলৈ সাজু ন; কাৰণ, আমি আগয়ে আচল শুনি কে! আৱক। সম্প্ৰতি ইয়াকে কওঁ যে, আসামৰ তোম এক বক্ষদেশ ডোম একে নহয়। আসামৰ ডেৰ ব্যৱসায় ঘাইকৈ মাছৰ নাও-বোয়া, বঙ্গদেশৰ মেৰ ব্যৱসায় যাইকৈ ডলা পাচী খৰাহী আদি যোৱা, আৰু চোল বজোৱা। আসামৰ ডেৰ এটা প্ৰবল, শৰ্মিষ্ণু খাৰু গুৰু গোসই ভক্তিমান