পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৩৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

“একণমানি ছোৱালীকণ তই”। •Bonnie wee thing, cannie wee thing, Lovely wee thing. wert thou mine wishfully I look and langish In that bonnie faco of thine" Burns, ( চী” কবি) একণমানি ছোৱালীকণ তই,তোৰ ইমান ৰূপৰ জমক। —বিজুলীৰ যেনে চমক চাও-নোচাওঁতেই হিয়াৰ জুই মোৰ উঠিল ভমক ভমক। অ' একণমানি ছোৱালীকণ তোৰ ৰূপৰ ইমান জমক। একণমানি হোৱাণীকণ তই,তোৰ মুখৰ এনে মিঠা হাহি! -যেনে চেনিৰ পাহি- বালি উঠে তই মিচিকি মাৰিলে মোৰ পৰণৰ বলিয়া বাহী। 'একণমানি ছোৱালীকা তোৰ মুখৰ এনে মিঠ। হাঁহি। এৰুণমানি হোৱালীকণ ই-তোৰ এনে মনমোহনী মত! -মলয়াৰ হে যেন ছাট- একেষাৰতেই উল-খুগুল মোৰ তত্ নাইকি গাত! অ' একণমানি হোৱালীকণ তোৰ এনে মনমোহনী মাত।