পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৩৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৯৯২ গুদ,] সম্পদকৰ চৰাই । গুৰু প্ৰসংগিলা ক্ষোৰে অশেষ বিশেষ। -পণ্ডিত হৰ মনে আশা কৰে। পঞ্চশ্লোক ভেটিলাম। গৌকেৰে। স্বাৰীহতে শ্লোক দিয়া বাজাকে জানালাম। খাজাজ্ঞা অপেক্ষা কৰি আৰেতে বহিলাম। লষটি বেলা যখন দেয়ালে পড়ে কাটি। শীঘ্ন খাই আইল বাৰী হাতে সুবৰ্ণ লাঠি। ঘুবংণেৰ কীৰ্তি কেবা বশিৰ্বাৰে পাৰে। কৃত্তিবাস ৰচে শীত শবহী বৰে।" | কৃত্তিবাস ৰচিত ৰামাণ। ক্তিবাৰ এইডোখৰ বটতলাৰপৰা ওলোৱা কৃত্তিবাসী ৰামায়ণপ তোলা হয়, এখন অতি প্ৰাচীন হা-শেখা কৃত্তিবাস ৰচিত আমছুৰৰপন্ধ তুলি দীনেশ বাৰুৱে তেওঁৰ “বঙ্গভাষা ও সাহিত্যত বিছে। সেইদেখি ইয়াৰ ভাষা আচল কৃত্তিবাসী ভাৰা বুলি ধৰি আমিও ইয়াক ইয়াত তুলি দিলো। অনন্তু কলি শঙ্কৰদেৱৰ সমসাময়িক। কৃত্তিবাসো তেওঁলোকৰ সময়ৰে। কৰিবাৰ জন্ম ৯৪৩২ খৃষ্টাব্দত। শঙ্কৰদেৱৰ জন্ম ১৪৪৯ খৃষ্টাব্দত। মাধৱ কন্দশ এওঁলোকৰ অগ। এতেকে প্ৰায় একেসময়তে লেখা অসমীয়া কবি মাধৱ কলি অনঃ কলি আৰু শঙ্কৰদেৱৰ ভাষাৰে আচল বাশী কবি কৃত্তিবাস ভাষা পাঠকসকলে মিলাই চাওক, কি ফটফটয়া প্ৰভেদ। কৃওি বাসৰ ভাষা কোনো অসমীয়াই পুৰণি অসমীয়া ভাষা বুলি সাধাৰ লব পাৰেনে? কেতিয়াও নোৱাৰে। তেন্তে নো অনন্ত কপি আহি আমাৰ কবিসকলৰ পুৰিবোৰ বাজী সাহিত্যিকসকলে সামৰি বসল। ভাষাৰ টোটোত। সুমায়ৈ যায় কিয়? শঙ্কৰদেৱৰ কীৰ্ত্তিন পুথিত জ্ঞাছে – “কানুৰে কঁক গিললে ঠোট খৰি। দেখি গোপ-শিশুগণে যেন গল মৰি। পাছে তাৰ তাত লাগিল যেন কুই। বাড়ি প্ৰাণ বকে বিমুৰ্দিত হই।