পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৩৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৮৩২, তা] সম্পাদকৰ চৰা। ২৭ একোখন আছিল; কিন্তু তথাপি তেওঁলোকে পুণি ক্ষৰি চিন হেই এবি বল পাশে। এতিয়া খণি “হেট-কোট বা ই-পাইজামা” পিয়া বিৰী-বিবাহিত “বিলাই-কেৎ” বৰ্তমান বগলা ভাষাই পুৰণি চুৰিয়া আৰু উৰীয় যন্ত্ৰ পৰিহিত অসমীয়া ভাষাৰ বিৰুদ্ধে প্ৰাটীম তাৰ (অৰ্থাৎ আলতে অসমীয়া ভাষাৰ) পিগুৰ অধিকাৰী হবলৈ দাবি কৰি গোচৰ কৰে, তেন্তে তেওঁ হিন্দু স্মৃতিশা “ল-ব-পিণ্ডৰ” অৰ্থাৎ পি-আইন বিধান মতে এই গোচ জিকা উচিত নে অনুচিত ৰাইজৰ শালতে বিচাৰ কৰি চাওক। নবাবী আমোক তেওঁৰ এবাৰ আত গল, ইংৰাজী আশোত দুই গল, তথাপি তেওঁ বিপুল সম্পত্তিৰ লোভত, নৈষ্টিক হিমু সাতপুৰুষীয়া ৰীতি-নীতি আচাৰ ব্যৱহাৰ যতনেৰে পালি আহি একা অসমীয়া ভাষাক নিশকতীয়া দেখি গাৰ শলেৰে ঠেলি অপভ্ৰংশ বা জাত-যোৱা গ্ৰাম্য ভাষা বুলিছে! পুৰীৰ মেমেৰা অথচ আচল অক্ষয়-টক কলিকতাৰ বটানিকে গাৰ্ডেনৰ বৰ-গছে গ্ৰাম্য প্ৰাদেশিক বুলি ইতিকিং কৰিছে। সচাকৈক্ষে টেমি-কটাৰী নাবাজি হাচটি হে বাজিছে। “সাধাৰণোদিকটেষ্টেকে" “কাথলিক” “পুণে” “যদফ” “পাটৰ টঙালিক” “কপাহী চুৰিয়াই” ভূয়াৰ পোৱালিক" কৱা-বেনা ফাসে” চল পাই দুই চাৰি কথা শুনাই দিছে। দিল্প, নেক গা পাতা, লাৰু পাক নেই পাতা! তোমালোকৰ যি মন যায় তাকে ক'। বঙ্গালী সাহিত্যিকসকলে অনন্ত কলিৰ ভাষা আৰু ৰংপুৰ শুভূতি অঞ্চলত প্ৰচলিত পুৰণি পুথি আৰু সাঁথৰৰ ভাষাৰু পুৰণি বঙ্গভাষা বুলিছে। বেই কথা। আমি অনন্ত কলিৰ ৰামায়ণআদিৰপৰা তলত শাৰীচেৰেক দুলি দিলো, আৰু ৰংপুৰীয়া সাঁথৰ আৰু পা ফাকিচেৰেক জিলোঁ। “দুইৰৰ দুয়ো ফুটু উৰ আন নাই। দশবাদ নকৰিবি দুই গুটি তাই।”