পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(১ম বছৰ, ১৭ সংখ্যা। আমি বিয়া কৰিলে, লৰা ছোৱালীৰ বাপেক মাক হলেহঁক, বোৰাত উঠি দুটি মোদি মেলিলে, কিন্তু পেম কি বস্তু তাৰ -তা লবলৈ কতো এখো ৰবলৈ নহল। সেইদেখি আমি স্বৰ্গৰ পেৰৰপৰা বঞ্চিত হলো! গ মহেও পোৱালি ফুকাইছে, আমিও লৰা ছোৱালী ওপাইছে। কিন্তু সৰগৰ পেখৰছু গৰু মহেও নাপালে আমিও নাপালে! কেন নিচলীৰ যাক! মই বনতে তাৰি বিৰ কৰিছে। যে আমাৰ জীৱনৰ যি হোৱ এইদৰে গল গল, কিন্তু বাকী ছোৱ আৰু এইদৰে যাবলৈ নিদিওঁ; পেম কৰি পেমৰ সোৱা লৈহে তাক পটিয়াম।” | এগৰাণী। “কি বোলেনে উডৰ সাৰু পুৰুষ মৰি গল কেঁচা মাছ খাও- তেই, এতিয়া তাৰ মাছ পুৰি খাবৰ বতৰ আহিল। তিনি কাল পল একাল আছে, এতিয়া বৰুৰা ফুকন উকিল মুনচুপৰ লৰাৰে সৈতে ৰোৰ মাৰি কিবা পেৰ কৰিবলগীয়া হল। নকবা সেইবোৰ দেওহে, সেইবোৰ আমাক নালাগে, 'আমি এতিয়া পেম-তেম কৰিব নোৱাৰো।” এগৰা। "নহয় নহয় নিচলীৰ মাক, তই বুজিব পৰা নাই, সেইবোৰ আমাক এতিয়া লগা হৈছে। আমি আগেয়ে আছিলে। এক, এতিয়া হৈছে। এক। চৰ্কাৰৰ শৰৰ মণ্ডলৰ বিষয়খন পাবৰেপৰা আমি ডাঙৰ শাৰীলৈ উঠিলোঁ। ৰজাঘৰে ঘৰে এতিয়া আমি লেখৰ মানুহ হলে। এতিয়া আমি আগৰ গঢ়-শতি নসলালে নহয়। বধ লাগে নিলীৰ আক, হই বিধি- পথালি নকৰিবি; মই তোৰে সৈতে আজিৰপৰা পেম কৰিম।' জগৰাণী। “শপ দিৰ লাগিছে কেলৈ, কি পেম কৰিব খুজিছা কৰা। মই কিন্তু সেইবোৰ একো বুক নাপাওঁ; কি কৰিব লাগে কৈ দিব, দেখুৱাই দিবা, সেইদৰেই কৰিম। তুমি থোষ পালেই মোৰ সন্তোষ।” জগৰা। “বেহ কথা, ভাল কথা, সুন্দৰ কথা, চৰ-বন্দনী বধুমুখী, পুৱশ কথা। আমি এতিয়াই আৰম্ভ কৰি দিওঁইক আহ; কিয়নো, এত কাৰ্যত বিলম নকৰাই ভাল।” এই বুলি জগৰা মণ্ডলে জগৰাণীৰ ধুটৰিটোত লাহেকৈ ধৰি কোমৰ ফালে এগৰাণীৰ ঘূৰাই দি মাত লগালে—“এ হে। কোনটি জোন? এইটি নে