পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৩৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শাওণ, ১৮২৩। অসমীয়া গৌৰীপুৰত বঙ্গল। সাহিত্য-সভা। ২৮৫ of Krishna, of spirit instead of power, a freedom fron forms and ceremonies, and substitution of hymns of praise and of prayer for animal sacrifice. Sankar Deb, however had of necessity to compromise with the more instincts of bis followers, and so arose the Mahapurushiya sect of the Vaisnavites, whose sacred seat is Barpeta. In both Vaishna- vite countries we also find that the litanturo takes the same form-translation of sacred books, and the writing of lymas. to Assam, however, dramatic influence was at work, regul. ting is a large number of drainas, reseinbling somewhat the old passion plays of Europe." F . Sudmersen Eqr. মি আখৰচ লৈ তেওঁ প্ৰকাশ কৰা ৰামায়ণ পানিত লেখিছে যে দশম শতিকাত অসমীয়া ভাষা এনে টনমিলি আছিল, যে দীপিফাই নামে পুৰি ৰচিত হৈছিল। তেওঁ ঋণ গতি কাকে বৰ্তমান অসমীয়া ভাৰ আৰনৰ কাল আৰু দীপিকাকে আমি আনিবলৈ পোৱা এখন পুৰণি পুথি বুলি কৈছে। দীপিকা গ্ৰন্থকাৰ নাম পুৰুষোত্তম গপতি। গজপতিয়ে তেওঁৰ পুথিত বৌদ্ধ ওপৰত বৰ আক্ৰমণ কৰিছে। সেইদেখি দীপিকাছ ৰচনাৰ সময়ত নিশ্চয় আলামত যৌথ প্ৰাদুৰ্ভাব অলপ-অচৰপ আছিল। শতিকাৰ আদিতে যেতিয়া হিউয়েনচাং আসামলৈ আহে, তেতিয়া তেওঁ আসাম বৌদ্ধধৰ্মৰ প্ৰাদুৰ্ভাব বৰ কম দেখিছিল বুলি শেৰি থৈ গৈছে। তেতিয়া আসাম অৰ্থাৎ কামৰূপৰা আৰবৰ্ম্মা আছিল। তাৰৰ্ম্ম। যদিও হিন্দু ৰা আহি তথাপি বৌদ্ধধৰ্ম্মত তেওঁ যথেষ্ট পান্তু আহিল, নতুবা তেওঁ হিউয়েনচাঙক সামলে নিমন্ত্ৰণ কৰি মানিলেহঁতন আৰু বৌদ্ধ বা শিলাদিত্যৰ উৎসৱলৈ গৈ ইমান সম্মান নলতিলেহেঁতেন। আসাশৰ পালংশীয় ৰাসকলৰো বৌদ্ধধৰ্মৰ, প্ৰতি ভাল থকাৰ অনেক এমাণ পোৱা যায়। গুৱীয় নৱ কি যশষ শতিকাত যেতিয়া বৌদ্ধধৰ্ম আসা- মত এবাৰেই শব্যাগত যেতিয়া পিকাৰ লেখকে ব্যাধি শেখ মাৰাখিবৰ মনেৰেই বোধৰে বৌদ্ধধৰ্মৰ ওপৰত দোখোৰ আক্ৰমণ কৰি- যিল। সি বি হওক, এইটো নিশ্চিত যে খৃষ্টীয় গণৰ শতিকাতে। অসমীয়া