বাঁহী। [১ম বছৰ, ৯ম সংখ্যা। কোম্পনীৰ “নৰ।” {s, s. Bunera)। এই পাঁচজন। এজন, মূত যোগেন্দ্ৰনাথ পাল; এওঁ এতিয়া যুক্ত-প্ৰদেশৰ ভাৰতীয় চিবিলচচিত কাৰ কৰে। এযু সত্যেন্দ্ৰনাথ সেন, কেজি ডিগ্ৰী লৈ স্বদেশলৈ উভতি আহিছে। শ্ৰীযুত সুকুমাৰ সেন, এতিয়া এই কলিকতাতে স্বাধীন ব্যৱসায় কৰিব লাগিছে। চতুৰ্থন জাত আবুল ফল মহম্মদ ঋল হক, এওঁ নিৰ অধিকাৰী তাবধান কৰি নিজৰ দেশতে আছে। আৰু আনখন তো স্বয়ং মই। যোৰ সেই নতুন মনৰ ভাৰ, সৰু কাষৰ উদাম উৎসাহ, জাহাজ আমাৰ নিজৰ ভিতৰতে আমোদ প্ৰমোদ ইত্যাদি নানা কথা কেতিয়াও মোৰ মনৰ পৰা আঁতৰ নহয়। জামদাৰািম বৰুৱা। জনচেৰেক অসমীয়া ডেকা। আমি জনচেৰেক অসমীয়া ডেকা। আৰি নহওঁ মই নহওঁ মাহ; মামি নাজামে কৰি বিচাৰ-বায়; আমি কাটাহে মাখোন যোবা "বাল"; আমি জানি তোমাৰ হাতৰ পাঁচ'; আমি নাচো সবাই পলাৰ নাচ; ক, মেলো, বুৰ্জো, শুনে, সদাই একবো- হেৰা আমি নিচেৰে অসমীয়া ডেক। আমি মৰে অসমীয়া ডেকা; ৰি ভাল বোৰ বাৰু মেধাৰে; শৰি যুকিৰ শিব বেছি মোৱাৰে; আমি ফঞ্চৰা চকৰি হৈ নিন ৰে; আমি সাপ হৈ ৰংণিৰে হৈ ৰাৰে;
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৩২২
অৱয়ব