বহী। [১ম বছৰ, ১ম সংখ্যা। মুখামৃত পুৱাৰ, আদৰ গাঙ্গুলি বুলাই মাগিছে, ভিক্ষা দে প্ৰাণ খুশি। স্বৰ্গৰ অমৃত বাণী পোক কাৰ্ণত, প্ৰকৃতি মুন হক, দেৱ বিমান। মৰ্ত্তৰ সাপ আঁতৰক এখত্তক, দিবালোেক প্ৰকাশক, আহমা জাগক। বৰা ধুময় হক, ৰোক অমৃত, উট বাংক সি সোঁতত মোৰ কাঠ চিত। শ্ৰীলক্ষীনাথ বেজবৰুৱ। জগৰা মওলৰ প্ৰেমাভিনয়। মাজতে চাওখাট মৌজাৰ মণ্ডল জগৰাৰ এটা বৰ বিপথ গল। কুই, কুগ্ৰহ। ভাগ্যে দুপতীয়াতে ডাইল দৰবৰ গুণত তাৰ অইন মৰিল নতুবা বপুৰক সি জোকোকা-জোলোকে পানী খুৱালেহেঁতেন।। | মণ্ডলে এদিন কোৰহাটৰপৰা গধুলি উতি আহি ঘৰ পাই, হা ভবি পু, ভাত খাই উঠি চোতালতে পাটী-চৰ৷ এখনত বহি, ঘৈণীয়েকে ওচৰতে বহি আগত বঁটাটো লৈ কাটি দিয়া তামোল খনচেৰেক একেবেলিয়েই এমো- কোৰাকৈ মুখত সুমাই, জোনাক আগশলৈ একেথৰে অলপমান পৰ চাই থাকি মাত লগালে--শুনিছনে বোলে নিচলীৰ মাক শুনিছনে, আমাৰ জীৱন সমূলি মিছাতে গল। আৰু একোটো নহল।” জগৰাণী। “কিয় নো মিছাতে গল?” এগৰা। “কি কম নিচলীৰ ক কি কম, আৰু কবলৈ বেজাৰ লাগে? জগৰাণী। কোৱাচোন কোৱা কি হল?” . গৰ। আজি আয়ৰ জোৰহাটৰ ন উকিল সৰাম শৰ্ম্ম। ডেকা ডাঙৰীয়াই তেওঁৰ লগৰীয়া ডেকালৰা এনচেৰেকৰ সৈতে গোটই বহি, কলিকতাত ছেপা মাৰি অহা এখন অসমীয়া কিতাপ বৰকৈ মাতি পঢ়ি
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৩২
অৱয়ব