পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৩১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৭ বাহী। {১৪ বহু ১ স নোৱাৰে; কাৰ, তেনে স্থলত 'পৰৰ বন বুজিবৰ চেষ্টাই হে থাই উদ্দেশ্য হৈ পবি, প্ৰকৃত কাৰ্য শিক্ষাৰ অৱসৰ নোলাব। সেই হে কাৰ্য শিক্ষাত কেৱল (discipline) শাসন-বিধান ৰাই ৰাই উপায়। temper চিত্ত ব্যবস্থিত কৰি ইক ৰাখিলে হে discipline শাসন-বিধান ৰাখিব পাৰি। মনৰ প্ৰকৃতি সদাই ক্ষি প্ৰকাশক হলে সি বিকৃত প্ৰকৃতিৰ লক্ষণ বুলি উপেক্ষিত হয়। শাসন ক্ৰোধ প্ৰকাশ হলে তলতীয়া শিক্ষালোৰ ঘটিবই। আত্মসংযমৰ দৃষ্টান্ত দেখিলে যে শিক্ষা সম্পূৰ্ণ হয়। যেনেঃটি সিচা হয় তেনে ফল হে প্ৰত্যাশা কৰিব লাশে; এয়ে স্বাভাবিক নিয়ম। বাৰে সৈতে যেনে ব্যৱহাৰ কৰা হয়, সেই মানুহ নীচ হলেও তাৰপৰা ঠিক তেনে ব্যৱহাৰ হে পোৱা যায়। সংসাৰখন দৰ্পণৰ দৰে; কি যেনেকৈ তাৰে, যেনেকৈ কাৰ্য্য কৰে, সংসাৰেও ঠিক তেনে জাব আৰু তেনে কাৰ্য্যকে প্ৰতিফলিত কৰি তেওঁক দেখুৱায়। বিশ্বাস বিশ্বাস। হে ওচৰ চাপে। দুৰ দূৰ কৰি থাকিলে আঁতৰা-আঁতৰি বাঢ়ি যায়। প্ৰত্যেকে আনৰ সুখ কামনা কৰিলে হে সকলোৰে সুৰ হব পাৰে। অসন্তোষত কৰল অসন্তোষ বাঢ়ে। ব্যক্তিগত উদ্দেশ্যহ বাজেও এক পৰিয়ালৰ এটা সাধাৰণ উদ্দেশ্য থাকে। যিবিলাক কথাত জ্বৰৰ মানুহেৰে সৈতে অমিল হবৰ সম্ভাবনা সেইবিলাকৰ বাহিৰেও ষি কাৰ্যত প্ৰতি বাড়ে তাকে অৱলম্বন কৰিও বাকিৰ পাৰি। একে policy ৰীতিতে সকলো চলিব পাৰিলেহে এঘৰৰ পৰম্পৰৰ ভিতৰত মন মজা হোৱাই প্ৰধান আপদ। (misund- eistanding) অন্যায় বুকা ৰা ওলোটা বুটো বিবাহ বিদ্ৰোহ সূত্ৰপাত। এখত ভুতে লাই পায় (sympathy)সহানুভূতি নহলেই এনে হয়। মানুহৰ প্ৰধান অশ্ৰয় কৰ। ঘৰত সহানুভূতি থকাটো উচিত। বৰ পৰম্পৰ সাহাষাৰ বাহিৰ সংসাৰত দুখ বেলা। পাই আহি ঘৰত জুৰাবলৈ পাব লাগে, মন খুলি কথা কৈ মন লঘু কবিৰলৈ পালে হে ত্তি হয়; তেতে সুখ দুখৰ তুলাচনী (halance) সমান হৈ শাহ ঘিৰ থাকিব পাৰে। শাহিত {bitter criticism) তিতা সমালোচনা বহুত আছে, ঘৰত (sweet encourage- imer* মিঠা মত উছাহ পাবলৈ মানুহৰ হেঁপাহ। ই খাবিক। ঘৰ মানুহৰপৰা বৰুৱা মানুহৰ নিৰুৎস বাহিৰলৈ ওলাব মালাগে। বাহিৰা মানুহৰ আগত গৰুৰ মানুহৰ বদনাম গালে এক্ষো উপকাৰ নাই অপকাৰ হবলৈহে আছে। চকুৰ আগৰৱাল। খল হয়।