শাওন, ১৮৩} গৃহস্থালী। ওপৰত থিয় হৈ সকলো কাৰ্য্য কৰিব লাগিব আৰু এই মানুষ লগকে মিলিফুলি জীৱনৰ দিন কেইটা নিয়াব লাগিব। ষাৰ ৰাত এৰি-পৰুৱা এটাও অবাৰত সৃষ্ট হোৱা নাই। তেওঁৰ ওচৰত লিও সৰু মই ভালো কা কাছে , তাক আধা নিদিব। সংসাৰৰ কাৰ্যৰিাগ আছে; এটা কাৰ্যত এজন দুপযুক্ত হলে খান কামত তেওঁৰ এ পাৰে। পাপীৰে। পৰিত্ৰাণৰ উপায় আছে। নেপোলিয়ান শোনাপাৰ্টে চোৰ চাইতে ৰেই জগৎবিজয়ী সেন। প্ৰস্তুত কৰি লৈছিল। অযোগ্যকে মেখ) ফৰি লোৱাই শিক্ষাৰ উদ্দেশ্য। ধি ক্ষিই এই কথা কাৰ্য্যত পৰিণত কৰিব নোৱাৰে সেই শিক্ষা প্ৰকৃত নহয়। মানুহক মানুহ বুলি গয়হাৰ কৰিণে হে মনুষ্যত্ব উচিত ৱি প্ৰকাশ পায়; সদ্যই তুচ্ছ বুলি অৱহেলা কৰিলে মনুষ্যত্ব নয় পৰি যায়, যেগও লাহে-লাহে অগোগ্য হয় শৈ, তেওঁৰ আত্মসম্মানৰ অপ্তাৱ শুৰু আৰু কাৰ্যত বিগ জন্ম। তুচ্ছকে বুলি থাকিলে আমে? কিধা হানি আছে? কক কণা বুলি বিদ্ৰুপ কৰিলে তো কাৰে উপকাৰ নাই। কৰাৰ দ্বাৰাই যি কাম হব পাৰে তাক আদায় কৰি লোৱা ৰে প্ৰ নীতি। সহানুভূতি পালে হে মানুহ বাঢ়িব পাৰে। যাহ দুল পস, তেওঁ প-েশনে ভুল কৰে। দুৰ্বলতাৰ নিমিতে পালি পৰাকৈ সৰ হোৱাৰ উপায় দিয়াটো উপকাৰন। এবাৰ ভুল বলে গণশে বেন জেনে নহয় তাৰ দিহা হে দিব লাগে। কেৱল দেবকে ঘিাকিলে মাৰ কাশক্তি। বিকাশ হব নোৱাৰে। উৎসাহ দিয়া হে পৰ উপকাৰীৰ কাৰ্য্য। যাৰ বাৰাই যি কাৰ হব নোৱাৰে তাৰ উঃ কক কৰি যি কাৰ সেইজনৰ তাই হয় পাৰে তালৈ বিশেষ চেষ্টা কৰিলে যে গাল। সকলোৰে কাৰ্য প্ৰণালী হিলৈ দিব লাগে। বেয়া খাল সকলো কাৰ্যপ্ৰণালী চাই লৈ নিজে এটা প্ৰণালী এগিত কৰি লোৱাই কাশি। লৰাই পৰি ধৰি হে থিয় হৰলৈ শিকে। ভুল বিপদত পৰি উইি বি বাট দেখে তাৰ শিক্ষা সম্পূৰ্ণ। সকলে যেনেকৈ দূৰ গঢ় সিৰিলে, বনৰ গঢ়ো সক লাৰে একে সহয়। সেইৰেই ৰাৰ কাৰণালীও বেলেগ বেলেগ। পৰ প্ৰণালীৰে ফাকৰিবলৈ গলে সেই কাটাৱে পৰৰ বুলি ভাত interest আপ না। এজনৰ প্ৰণালীৰ নাম এনে কেতিয়াও মুক্তি কৰি
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৩১৭
অৱয়ব